শ্ৰী আলোক মেহতাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ 'বৈপ্লৱিক শাসনঃ নৰেন্দ্ৰ মোদীৰ ২৫ বছৰ' শীৰ্ষক গ্ৰন্থখনৰ প্ৰথম কপি প্ৰদান কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়ঃ
"শ্ৰী আলোক মেহতাক লগ পাই সুখী অনুভৱ কৰিছো আৰু তেওঁৰ কৰ্মৰ এটা কপি লাভ কৰিছো।"
@alokmehtaeditor
Glad to have met Shri Alok Mehta and received a copy of his work. @alokmehtaeditor https://t.co/mqN87FNdB7
— Narendra Modi (@narendramodi) December 27, 2025


