ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক্স হেণ্ডেলেত পোষ্ট কৰিছে -
"ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী @BhajanlalBjp-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@RajCMO”
CM of Rajasthan, Shri @BhajanlalBjp met Prime Minister @narendramodi.@RajCMO pic.twitter.com/6kXi1SbDQg
— PMO India (@PMOIndia) July 29, 2025


