জন্ম জয়ন্তীত আজি জয়ললিতাজীক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁক এগৰাকী সহানুভূতিশীল নেতা আৰু উৎকৃষ্ট প্ৰশাসক হিচাপে প্ৰশংসা কৰে, যিয়ে তামিলনাডুৰ বিকাশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।


‘এক্স’-ত কৰা এটা পৃথক ‘পোষ্ট’ত তেওঁ লিখিছে:


"জন্ম জয়ন্তীত জয়ললিতাজীক স্মৰণ কৰিছোঁ। তেওঁ এগৰাকী সহানুভূতিশীল নেতা আৰু উৎকৃষ্ট প্ৰশাসক হিচাপে বাৰুকৈয়ে প্ৰশংসিত হৈছিল, যিয়ে তামিলনাডুৰ বিকাশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। এয়া মোৰ সৌভাগ্য যে মই অসংখ্যবাৰ তেওঁৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ। জনসাধাৰণৰ পক্ষত গ্ৰহণ কৰা পদক্ষেপসমূহত তেওঁ সদায়ে অতি উত্সাহী আৰু সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত সদা সচেষ্ট আছিল।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Labour reforms: Govt fully operationalises four new codes by publishing rules

Media Coverage

Labour reforms: Govt fully operationalises four new codes by publishing rules
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Thiru C. Joseph Vijay on taking oath as Tamil Nadu Chief Minister
May 10, 2026

The Prime Minister, Shri Narendra Modi, today congratulated Thiru C. Joseph Vijay on taking oath as the Chief Minister of Tamil Nadu.

The Prime Minister also conveyed his best wishes for the new tenure and reaffirmed the commitment of the Central Government to work together with the Government of Tamil Nadu for the welfare and development of the people of the state.

The Prime Minister wrote on X;

“Congratulations to Thiru C. Joseph Vijay on taking oath as Tamil Nadu Chief Minister. Best wishes for his tenure ahead. The Central Government will keep working with the Tamil Nadu Government to improve the lives of people.

@TVKVijayHQ”