প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী সঞ্জয় ৰাউতৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত কয়:
"সঞ্জয় ৰাওত জী, আপোনাৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিছো।"
Praying for your speedy recovery and good health, Sanjay Raut Ji.@rautsanjay61 https://t.co/nGgRFO4AhS
— Narendra Modi (@narendramodi) October 31, 2025


