প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জিৰোধাৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিথিন কামাথৰ এটা টুইটৰ সঁহাৰি ব্যক্ত কৰিছে এইদৰে য'ত নিথিন কামাথে জনাইছে যে তেওঁ তেওঁৰ খাদ্যত বাজৰা সংযোজন কৰিছে।
নিথিন কামাথৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়;
"এইটো পঢ়িবলৈ পাই ভাল লাগিছে! আহক আমি সকলোৱে শ্ৰী অন্নক আমাৰ জীৱনৰ এক অংশ কৰি লওঁ।"
Good to read this! Let us all make Shree Ann a part of our lives. https://t.co/YC5h0o4Bez
— Narendra Modi (@narendramodi) February 15, 2023


