প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৪ বছৰৰ অবিৰত সেৱা সম্পূৰ্ণ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

এক্সত উপ-ৰাষ্ট্ৰপতিৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ

 “উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ জী, আপোনাৰ উৎসাহপূৰ্ণ কথাৰ বাবে বহুত বহুত ধন্যবাদ। ৰাষ্ট্ৰৰ সেৱা তথা ১৪০ কোটি ভাৰতীয়ৰ সপোন আৰু আকাংক্ষা পূৰণৰ হকে কাম কৰিবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়।

@CPR_VP” 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India achieves near-universal banking coverage, says Ministry of Finance

Media Coverage

India achieves near-universal banking coverage, says Ministry of Finance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026