প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৪ বছৰৰ অবিৰত সেৱা সম্পূৰ্ণ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।
এক্সত উপ-ৰাষ্ট্ৰপতিৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ জী, আপোনাৰ উৎসাহপূৰ্ণ কথাৰ বাবে বহুত বহুত ধন্যবাদ। ৰাষ্ট্ৰৰ সেৱা তথা ১৪০ কোটি ভাৰতীয়ৰ সপোন আৰু আকাংক্ষা পূৰণৰ হকে কাম কৰিবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়।
@CPR_VP”
Thank you for your kind words, Vice President CP Radhakrishnan Ji. It is my honour to serve our nation and work towards fulfilling the dreams and aspirations of 140 crore Indians.@CPR_VP https://t.co/KPF06LEmiq
— Narendra Modi (@narendramodi) October 9, 2025


