প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চায়ত আৰু স্থানীয় সংস্থাসমূহৰ সৱলীকৰণ সন্দৰ্ভত মাইগভৰ এলানি টুইট শ্বেয়াৰ কৰিছে।
টুইটলানি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে - "আমি পঞ্চায়ত আৰু স্থানীয় সংস্থাসমূহক কেনেদৰে শক্তিশালী কৰি আছো সেই বিষয়ে তথ্য সম্বলিত এটা এলানি টুইট।"
An informative thread on how we are empowering Panchayats and local bodies. https://t.co/h3bnYauWvJ
— Narendra Modi (@narendramodi) April 24, 2023


