প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰিছে-
“यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते।।"
এই সুভাশিতমত কোৱা হৈছে যে কেৱল যিজনৰ কাম শীত বা গৰম, ভয় বা মৰম, সম্পদ বা দৰিদ্ৰতাৰ দ্বাৰা বাধাগ্ৰস্ত নহয়, তেওঁক জ্ঞানী ব্যক্তি বুলি কোৱা হয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
“यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते।।"
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः।
— Narendra Modi (@narendramodi) December 24, 2025
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते।। pic.twitter.com/FI5pB4m2Qu


