প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পোখৰানত ভাৰতে কৰা ঐতিহাসিক পাৰমাণৱিক পৰীক্ষাৰ কথা স্মৰণ কৰি ইয়াক আমাৰ ৰাষ্ট্ৰৰ সংকল্পৰ এক নিৰ্ণায়ক মুহূৰ্ত বুলি বৰ্ণনা কৰে। ‘১১ মে’ৰ পৰীক্ষাৰ পিছত সমগ্ৰ বিশ্বই ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিছিল, কিন্তু আমি দেখুৱালো যে কোনো শক্তিয়ে ভাৰতৰ স্থিতিক দুৰ্বল কৰিব নোৱাৰে’, শ্ৰী মোদীয়ে মন্তব্য কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰিছে -
“एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।
न शिवेन विना शक्तिर्न शक्त्या विना शिवः।।”
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
" ১৯৯৮ চনৰ আজিৰ দিনটোতে ভাৰতে কৰা পাৰমাণৱিক পৰীক্ষাই বিশ্বক দেখুৱাইছিল যে আমাৰ দেশৰ ইচ্ছাশক্তি কিমান অটল! ১১ মে’ৰ পৰীক্ষাৰ পাছত সমগ্ৰ বিশ্বই ভাৰতৰ ওপৰত চাপৰ সৃষ্টি কৰিছিল, কিন্তু আমি দেখুৱাইছিলো যে কোনো শক্তিয়ে ভাৰতৰ স্থিতিক দুৰ্বল কৰিব নোৱাৰে।
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।
न शिवेन विना शक्तिर्न शक्त्या विना शिवः।।”
1998 में इसी दिन भारत ने जो परमाणु परीक्षण किए थे, उनसे दुनिया को पता चला कि हमारे देश की इच्छाशक्ति कितनी अटल है! 11 मई के टेस्ट के बाद पूरी दुनिया का दबाव भारत पर था, लेकिन हमने दिखाया कि कोई भी ताकत भारत को झुका नहीं सकती।
— Narendra Modi (@narendramodi) May 13, 2026
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।
न शिवेन… pic.twitter.com/KjIxGMA0BS


