প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশত শ্বেয়াৰ কৰি উল্লেখ কৰে যে কৃষি কেৱল জীৱিকাৰ উপায় নহয়, বৰং সমাজ আৰু ৰাষ্ট্ৰৰ পুষ্টিৰ মৌলিক আধাৰ।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"কৃষি কেৱল জীৱিকাৰ উপায় নহয়, বৰং সমাজ আৰু ৰাষ্ট্ৰৰ পুষ্টিৰ মূল ভেটি। যেতিয়া আমাৰ কৃষক ভাই-ভনীসকলৰ ঘাম মাটিত মিহলি হয়, তেতিয়া ই খাদ্য হৈ দেশবাসীসকলৰ জীৱন সমৃদ্ধ কৰে।
ते कृषिं च सस्यं च मनुष्या उप जीवन्ति।
कृष्टराधिरुपजीवनीयो भवति य एवं वेद॥
#12YearsOfKisanSamriddhi "
কৃষি আৰু শস্য হৈছে মানৱ জীৱনৰ মূল ভেটি। যিজনে এই সত্যটো বুজি পায় তেওঁ কৃষিৰ কাম সঠিকভাৱে সম্পাদন কৰে আৰু ইয়াৰ জৰিয়তে সমাজ সুস্থিৰ আৰু পুষ্ট হয়।
कृषि केवल जीविका का साधन नहीं, बल्कि समाज और राष्ट्र के पोषण का मूल आधार है। हमारे किसान भाई-बहनों का पसीना जब मिट्टी में मिलता है तो अन्न बनकर देशवासियों के जीवन को संबल देता है।
— Narendra Modi (@narendramodi) June 11, 2026
ते कृषिं च सस्यं च मनुष्या उप जीवन्ति।कृष्टराधिरुपजीवनीयो भवति य एवं वेद॥#12YearsOfKisanSamriddhi pic.twitter.com/AMDduTXLAy


