“গোলকীয় মহামাৰী নথকা সময়তো স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী সাৰ্বজনীন আছিল”
“ভাৰতৰ লক্ষ্য হৈছে শাৰীৰিক, মানসিক আৰু সামাজিক মংগল” “ভাৰতত সংস্কৃতি, জলবায়ু আৰু সামাজিক গতিশীলতাৰ সাংঘাতিক বৈচিত্ৰ্যতা আছে”
“প্ৰকৃত অগ্ৰগতি হৈছে নাগৰিককেন্দ্ৰিক। চিকিৎসা বিজ্ঞানত যিমানেই অগ্ৰগতি নহওক কিয়, দূৰ্গম অঞ্চলৰ শেষ ব্যক্তিজনেও সুবিধা লাভ কৰিব লাগিব”
“যোগ আৰু ধ্যান আধুনিক বিশ্বৰ বাবে প্ৰাচীন ভাৰতৰ উপহাৰ, যি এতিয়া এক বিশ্বব্যাপী আন্দোলনলৈ পৰিণত হৈছে”
“ভাৰতৰ পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাই মানসিক চাপ আৰু জীৱনশৈলীজনিত ৰোগৰ বহু সমাধান দিয়ে”
“ভাৰতৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাক সুলভ আৰু সহজলভ্য কৰি তোলা, কেৱল আমাৰ নাগৰিকৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৱান আৰ্থ ৱান হেল্থ-এডভান্টেজ হেল্থকেয়াৰ ইণ্ডিয়া-২০২৩ৰ শুভাৰম্ভ কৰে আৰু ভাষণ আগবঢ়ায়।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ স্বাস্থ্য মন্ত্ৰী, আৰু পশ্চিম এছিয়া, ছাৰ্ক, আছিয়ান আৰু আফ্ৰিকা অঞ্চলৰ প্ৰতিনিধিসকলক উষ্ম আদৰণি জনায়। ‘সকলোৱে সুখী হওক, সকলোৱে ৰোগমুক্ত হওক, সকলোৰে ভাল কাম হওক, আৰু কোনেও দুখত ভুগিব নালাগে’ বুলি ভাৰতীয় শাস্ত্ৰৰ এক উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে দেশৰ সৰ্বাংগীন দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে হাজাৰ হাজাৰ বছৰৰ আগতে যেতিয়া বিশ্বজুৰি মহামাৰী নাছিল তেতিয়াও স্বাস্থ্যক লৈ ভাৰতৰ দৃষ্টিভংগী সাৰ্বজনীন আছিল। “আমাৰ দৃষ্টি কেৱল মানুহৰ মাজতে সীমাবদ্ধ নহয়। ই আমাৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰলৈকে বিস্তৃত হৈ আছে। উদ্ভিদৰ পৰা আৰম্ভ কৰি জীৱ-জন্তুলৈকে, মাটিৰ পৰা নদীলৈকে, যেতিয়া আমাৰ চৌপাশৰ সকলো বস্তু সুস্থ, আমি সুস্থ হ’ব পাৰো”, প্ৰধানমন্ত্ৰীয়ে কয়।

ৰোগৰ অভাৱ সুস্বাস্থ্যৰ দৰে একে বুলি জনপ্ৰিয় ধাৰণাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী কেৱল ৰোগৰ অভাৱত বন্ধ নহয় আৰু ভাৰতে সকলোৰে বাবে সুস্থতা আৰু কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "আমাৰ লক্ষ্য হৈছে শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতা", তেওঁ লগতে কয়।

‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ শীৰ্ষক বিষয়বস্তুৰে ভাৰতৰ জি-২০ৰ সভাপতিত্বৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত স্থিতিস্থাপক বিশ্ব স্বাস্থ্যসেৱা ব্যৱস্থাৰ গুৰুত্ব উপলব্ধি কৰে। তেওঁ কয় যে চিকিৎসা মূল্য ভ্ৰমণ আৰু স্বাস্থ্য কৰ্মশক্তিৰ গতিশীলতা এখন সুস্থ পৃথিৱীৰ বাবে গুৰুত্বপূৰ্ণ কাৰক আৰু ‘ৱান আৰ্থ ৱান হেল্থ-এডভান্টেজ হেল্থকেয়াৰ ইণ্ডিয়া-২০২৩’ এই দিশত এক উল্লেখযোগ্য প্ৰচেষ্টা। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে আজিৰ এই অনুষ্ঠানটোৱে ভাৰতৰ জি-২০ সভাপতিত্বৰ বিষয়বস্তুৰ সৈতে অনুৰণন ঘটায়, যিটোৱে অসংখ্য দেশৰ অংশগ্ৰহণৰ সাক্ষী হৈ আছে। ভাৰতীয় দৰ্শন ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ বিশ্ব এক পৰিয়াল বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ লগতে পেছাদাৰী আৰু শৈক্ষিক ক্ষেত্ৰৰ অংশীদাৰসকলৰ উপস্থিতিত আনন্দ প্ৰকাশ কৰে।

সামগ্ৰিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰতিভা, প্ৰযুক্তি, ট্ৰেক ৰেকৰ্ড আৰু পৰম্পৰাক স্বীকাৰ কৰে। তেওঁ আৰু বিশদভাৱে কয় যে ভাৰতীয় চিকিৎসক, নাৰ্ছ আৰু যত্ন লোৱা লোকৰ প্ৰভাৱ বিশ্বই প্ৰত্যক্ষ কৰিছে আৰু তেওঁলোকৰ দক্ষতা আৰু দায়বদ্ধতা আৰু প্ৰতিভাৰ বাবে তেওঁলোক বহুলভাৱে সন্মানিত। তেওঁ কয় যে সমগ্ৰ বিশ্বৰ বহু স্বাস্থ্যসেৱা ব্যৱস্থাই ভাৰতীয় পেছাদাৰীসকলৰ প্ৰতিভাৰ দ্বাৰা উপকৃত হৈছে। “ভাৰতত সংস্কৃতি, জলবায়ু আৰু সামাজিক গতিশীলতাত সাংঘাতিক বৈচিত্ৰ্যতা আছে”, ভাৰতৰ স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ প্ৰশিক্ষণ আৰু বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ আৰু কয় যে ভাৰতীয় স্বাস্থ্যসেৱা প্ৰতিভাই বিভিন্ন পৰিস্থিতিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা ব্যতিক্ৰমী দক্ষতাৰ বাবেই বিশ্বৰ আস্থা লাভ কৰিছে।

বিশ্বক একাধিক সত্যৰ কথা সোঁৱৰাই দিয়া শতিকাত এবাৰ হোৱা মহামাৰীৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গভীৰভাৱে সংযুক্ত পৃথিৱীত সীমান্তই স্বাস্থ্যৰ ভাবুকি ৰোধ কৰিব নোৱাৰে। তেওঁ লগতে আঙুলিয়াই দিয়ে যে গ্ল’বেল ছাউথৰ দেশসমূহে সম্পদৰ অস্বীকাৰকে ধৰি বিভিন্ন অসুবিধা আৰু কষ্টৰ সন্মুখীন হৈছিল। “প্ৰকৃত অগ্ৰগতি নাগৰিক-কেন্দ্ৰিক। চিকিৎসা বিজ্ঞানত যিমানেই অগ্ৰগতি নহওক কিয়, দূৰ্গম অঞ্চলৰ শেষ ব্যক্তিজনে সুবিধা লাভ কৰাটো নিশ্চিত হ’ব লাগিব”, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহু দেশৰ বিশ্বাসযোগ্য অংশীদাৰৰ প্ৰয়োজনীয়তা পৰ্যবেক্ষণ কৰি শ্ৰী মোদীয়ে এইদৰে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ভেকচিনৰ জৰিয়তে জীৱন ৰক্ষাৰ উদাৰ অভিযানত বহু দেশৰ অংশীদাৰ হৈ গৌৰৱ অনুভৱ কৰিছে আৰু ঔষধৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ আৰু দ্ৰুততম কোভিড টিকাকৰণ অভিযান মেড-ইন-ইণ্ডিয়া ভেকচিনৰ উদাহৰণ দিলে, আৰু ১০০ খনতকৈও অধিক দেশলৈ ৩০ কোটি কোভিড-১৯ ভেকচিনৰ ড’জ প্ৰেৰণ কৰে। শ্ৰী মোদীয়ে পুনৰ কয় যে ই ভাৰতৰ সামৰ্থ্য আৰু দায়বদ্ধতাৰ আভাস দেখুৱাইছে আৰু নাগৰিকৰ বাবে সুস্বাস্থ্য বিচৰা প্ৰতিখন দেশৰ বাবে ভাৰত এক বিশ্বাসযোগ্য বন্ধু হৈ থাকিব।

“স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী হাজাৰ হাজাৰ বছৰ ধৰি সাৰ্বজনীন হৈ আহিছে”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতত প্ৰতিৰোধমূলক আৰু প্ৰচাৰমূলক স্বাস্থ্যৰ এক মহান পৰম্পৰা আছে, য’ত যোগ আৰু ধ্যান আদি ব্যৱস্থা আধুনিক বিশ্বলৈ প্ৰাচীন ভাৰতৰ উপহাৰ আৰু এয়া বৰ্তমান এক বিশ্বব্যাপী আন্দোলনত পৰিণত হৈছে। “বিশ্বই মানসিক চাপ আৰু জীৱনশৈলীজনিত ৰোগৰ সমাধান বিচাৰিছে। ভাৰতৰ পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাই বহু ৰোগৰ সমাধান আগবঢ়াইছে”, প্ৰধানমন্ত্ৰীয়ে সজোৰে কয়। তেওঁ বাজৰাৰ কথাও উল্লেখ কৰে যিয়ে ভাৰতৰ পৰম্পৰাগত খাদ্যৰ সৃষ্টি কৰে আৰু বিশ্বজুৰি খাদ্য সুৰক্ষা আৰু পুষ্টিৰ সমস্যাসমূহ মোকাবিলা কৰাৰ ক্ষমতা ৰাখে।

প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ বিষয়ে উল্লেখ কৰি কয় যে এইখনেই হৈছে বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী পুঁজিৰে স্বাস্থ্য বীমা কভাৰেজ আঁচনি। প্ৰধানমন্ত্ৰীয়ে জনায় যে ইয়াত ৫০ কোটিৰো অধিক ভাৰতীয় নাগৰিকৰ চিকিৎসাৰ ব্যৱস্থা সামৰি লোৱা হৈছে য’ত ইতিমধ্যে ৪ কোটিতকৈ অধিক লোকে নগদ আৰু কাগজবিহীনভাৱে এই সেৱা গ্ৰহণ কৰিছে। ইয়াৰ ফলত নাগৰিকে প্ৰায় ৭ বিলিয়ন ডলাৰ ৰাহি কৰিব পাৰিছে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে কয় যে স্বাস্থ্যসেৱাৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিক পৃথক কৰিব নোৱাৰি আৰু এতিয়া এক সংহত, সৰ্বাংগীন আৰু প্ৰতিষ্ঠানিক সঁহাৰিৰ সময় আহি পৰিছে। তেওঁ কয়, ‘আমাৰ জি-২০ৰ সভাপতিত্বৰ সময়ছোৱাত এইটো আমাৰ অন্যতম প্ৰাধান্যৰ বিষয়। আমাৰ লক্ষ্য স্বাস্থ্যসেৱাক সুলভ আৰু সহজলভ্য কৰি তোলা, কেৱল আমাৰ নাগৰিকৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবেও”।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic

Media Coverage

Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
‘Restoring Balance’ is a global urgency: PM Modi highlights global health challenges at WHO Global Summit on Traditional Medicine
December 19, 2025
It is India’s privilege and a matter of pride that the WHO Global Centre for Traditional Medicine has been established in Jamnagar: PM
Yoga has guided humanity across the world towards a life of health, balance, and harmony: PM
Through India’s initiative and the support of over 175 nations, the UN proclaimed 21 June as International Yoga Day; over the years, yoga has spread worldwide, touching lives across the globe: PM
The inauguration of the WHO South-East Asia Regional Office in Delhi marks another milestone. This global hub will advance research, strengthen regulation & foster capacity building: PM
Ayurveda teaches that balance is the very essence of health, only when the body sustains this equilibrium can one be considered truly healthy: PM
Restoring balance is no longer just a global cause-it is a global urgency, demanding accelerated action and resolute commitment: PM
The growing ease of resources and facilities without physical exertion is giving rise to unexpected challenges for human health: PM
Traditional healthcare must look beyond immediate needs, it is our collective responsibility to prepare for the future as well: PM

WHO के डायरेक्टर जनरल हमारे तुलसी भाई, डॉक्टर टेड्रोस़, केंद्रीय स्वास्थ्य में मेरे साथी मंत्री जे.पी. नड्डा जी, आयुष राज्य मंत्री प्रतापराव जाधव जी, इस आयोजन से जुड़े अन्य देशों के सभी मंत्रीगण, विभिन्न देशों के राजदूत, सभी सम्मानित प्रतिनिधि, Traditional Medicine क्षेत्र में काम करने वाले सभी महानुभाव, देवियों और सज्जनों !

आज दूसरी WHO Global Summit on Traditional Medicine का समापन दिन है। पिछले तीन दिनों में यहां पारंपरिक चिकित्सा के क्षेत्र से जुड़े दुनिया भर के एक्सपर्ट्स ने गंभीर और सार्थक चर्चा की है। मुझे खुशी है कि भारत इसके लिए एक मजबूत प्लेटफार्म का काम कर रहा है। और इसमें WHO की भी सक्रिय भूमिका रही है। मैं इस सफल आयोजन के लिए WHO का, भारत सरकार के आयुष मंत्रालय का और यहां उपस्थित सभी प्रतिभागियों का हृदय से आभार व्यक्त करता हूं।

साथियों,

ये हमारा सौभाग्य है और भारत के लिए गौरव की बात है कि WHO Global Centre for Traditional Medicine भारत के जामनगर में स्थापित हुआ है। 2022 में Traditional Medicine की पहली समिट में विश्व ने बड़े भरोसे के साथ हमें ये दायित्व सौंपा था। हम सभी के लिए खुशी की बात है कि इस ग्लोबल सेंटर का यश और प्रभाव locally से लेकर के globally expand कर रहा है। इस समिट की सफलता इसका सबसे बड़ा उदाहरण है। इस समिट में Traditional knowledge और modern practices का कॉन्फ्लूएंस हो रहा है। यहां कई नए initiatives भी शुरू हुए हैं, जो medical science और holistic health के future को transform कर सकते हैं। समिट में विभिन्न देशों के स्वास्थ्य मंत्रियों और प्रतिनिधियों के बीच विस्तार से संवाद भी हुआ है। इस संवाद ने ज्वाइंट रिसर्च को बढ़ावा देने, नियमों को सरल बनाने और ट्रेनिंग और नॉलेज शेयरिंग के लिए नए रास्ते खोले हैं। ये सहयोग आगे चलकर Traditional Medicine को अधिक सुरक्षित, अधिक भरोसेमंद बनाने में महत्वपूर्ण भूमिका निभाएगा।

साथियों,

इस समिट में कई अहम विषयों पर सहमति बनना हमारी मजबूत साझेदारी का प्रतिबिंब है। रिसर्च को मजबूत करना, Traditional Medicine के क्षेत्र में डिजिटल टेक्नोलॉजी का उपयोग बढ़ाना, ऐसे रेगुलेटरी फ्रेमवर्क तैयार करना जिन पर पूरी दुनिया भरोसा कर सके। ऐसे मुद्दे Traditional Medicine को बहुत सशक्त करेंगे। यहां आयोजित Expo में डिजिटल हेल्थ टेक्नोलॉजी, AI आधारित टूल्स, रिसर्च इनोवेशन, और आधुनिक वेलनेस इंफ्रास्ट्रक्चर, इन सबके जरिए हमें ट्रेडिशन और टेक्नोलॉजी का एक नया collaboration भी देखने को मिला है। जब ये साथ आती हैं, तो ग्लोबल हेल्थ को अधिक प्रभावी बनाने की क्षमता और बढ़ जाती है। इसलिए, इस समिट की सफलता ग्लोबल दृष्टि से बहुत ही अहम है।

साथियों,

पारंपरिक चिकित्सा प्रणाली का एक अहम हिस्सा योग भी है। योग ने पूरी दुनिया को स्वास्थ्य, संतुलन और सामंजस्य का रास्ता दिखाया है। भारत के प्रयासों और 175 से ज्यादा देशों के सहयोग से संयुक्त राष्ट्र द्वारा 21 जून को योग दिवस घोषित किया गया था। बीते वर्षों में हमने योग को दुनिया के कोने-कोने तक पहुंचते देखा है। मैं योग के प्रचार और विकास में महत्वपूर्ण योगदान देने वाले हर व्यक्ति की सराहना करता हूं। आज ऐसे कुछ चुनींदा महानुभावों को पीएम पुरस्कार दिया गया है। प्रतिष्ठित जूरी सदस्यों ने एक गहन चयन प्रक्रिया के माध्यम से इन पुरस्कार विजेताओं का चयन किया है। ये सभी विजेता योग के प्रति समर्पण, अनुशासन और आजीवन प्रतिबद्धता के प्रतीक हैं। उनका जीवन हर किसी के लिए प्रेरणा है। मैं सभी सम्मानित विजेताओं को हार्दिक बधाई देता हूं, अपनी शुभकामनाएं देता हूं।

साथियों,

मुझे ये जानकर भी अच्छा लगा कि इस समिट के आउटकम को स्थायी रूप देने के लिए एक महत्वपूर्ण कदम उठाया गया हैं। Traditional Medicine Global Library के रूप में एक ऐसा ग्लोबल प्लेटफॉर्म शुरू किया गया है, जो ट्रेडिशनल मेडिसिन से जुड़े वैज्ञानिक डेटा और पॉलिसी डॉक्यूमेंट्स को एक जगह सुरक्षित करेगा। इससे उपयोगी जानकारी हर देश तक समान रूप से पहुंचने का रास्ता आसान होगा। इस Library की घोषणा भारत की G20 Presidency के दौरान पहली WHO Global Summit में की गई थी। आज ये संकल्प साकार हो गया है।

साथियों,

यहां अलग-अलग देशों के स्वास्थ्य मंत्रियों ने ग्लोबल पार्टनरशिप का एक बेहतरीन उदाहरण प्रस्तुत किया है। एक साझेदार के रूप में आपने Standards, safety, investment जैसे मुद्दों पर चर्चा की है। इस संवाद से जो Delhi Declaration इसका रास्ता बना है, वो आने वाले वर्षों के लिए एक साझा रोडमैप की तरह काम करेगा। मैं इस joint effort के लिए विभिन्न देशों के माननीय मंत्रियों की सराहना करता हूं, उनके सहयोग के लिए मैं आभार जताता हूं।

साथियों,

आज दिल्ली में WHO के South-East Asia Regional Office का उद्घाटन भी किया गया है। ये भारत की तरफ से एक विनम्र उपहार है। ये एक ऐसा ग्लोबल हब है, जहां से रिसर्च, रेगुलेशन और कैपेसिटी बिल्डिंग को बढ़ावा मिलेगा।

साथियों,

भारत दुनिया भर में partnerships of healing पर भी जोर दे रहा है। मैं आपके साथ दो महत्वपूर्ण सहयोग साझा करना चाहता हूं। पहला, हम बिमस्टेक देशों, यानी दक्षिण और दक्षिण-पूर्व एशिया में हमारे पड़ोसी देशों के लिए एक Centre of Excellence स्थापित कर रहे हैं। दूसरा, हमने जापान के साथ एक collaboration शुरू किया है। ये विज्ञान, पारंपरिक पद्धितियों और स्वास्थ्य को एक साथ जोड़ने का प्रयास है।

साथियों,

इस बार इस समिट की थीम है- ‘Restoring Balance: The Science and Practice of Health and Well-being’, Restoring Balance, ये holistic health का फाउंडेशनल थॉट रहा है। आप सब एक्स्पर्ट्स अच्छी तरह जानते हैं, आयुर्वेद में बैलेन्स, अर्थात् संतुलन को स्वास्थ्य का पर्याय कहा गया है। जिसके शरीर में ये बैलेन्स बना रहता है, वही स्वस्थ है, वही हेल्दी है। आजकल हम देख रहे हैं, डायबिटीज़, हार्ट अटैक, डिप्रेशन से लेकर कैंसर तक अधिकांश बीमारियों के background में lifestyle और imbalances एक प्रमुख कारण नजर आ रहा है। Work-life imbalance, Diet imbalance, Sleep imbalance, Gut Microbiome Imbalance, Calorie imbalance, Emotional Imbalance, आज कितने ही global health challenges, इन्हीं imbalances से पैदा हो रहे हैं। स्टडीज़ भी यही प्रूव कर रही हैं, डेटा भी यही बता रहा है कि आप सब हेल्थ एक्स्पर्ट्स कहीं बेहतर इन बातों को समझते हैं। लेकिन, मैं इस बात पर जरूर ज़ोर दूँगा कि ‘Restoring Balance, आज ये केवल एक ग्लोबल कॉज़ ही नहीं है, बल्कि, ये एक ग्लोबल अर्जेंसी भी है। इसे एड्रैस करने के लिए हमें और तेज गति से कदम उठाने होंगे।

साथियों,

21वीं सदी के इस कालखंड में जीवन के संतुलन को बनाए रखने की चुनौती और भी बड़ी होने वाली है। टेक्नोलॉजी के नए युग की दस्तक AI और Robotics के रूप में ह्यूमन हिस्ट्री का सबसे बड़ा बदलाव आने वाले वर्षों में जिंदगी जीने के हमारे तरीके, अभूतपूर्व तरीके से बदलने वाले हैं। इसलिए हमें ये भी ध्यान रखना होगा, जीवनशैली में अचानक से आ रहे इतने बड़े बदलाव शारीरिक श्रम के बिना संसाधनों और सुविधाओं की सहूलियत, इससे human bodies के लिए अप्रत्याशित चुनौतियां पैदा होने जा रही हैं। इसलिए, traditional healthcare में हमें केवल वर्तमान की जरूरतों पर ही फोकस नहीं करना है। हमारी साझा responsibility आने वाले future को लेकर के भी है।

साथियों,

जब पारंपरिक चिकित्सा की बात होती है, तो एक सवाल स्वाभाविक रूप से सामने आता है। ये सवाल सुरक्षा और प्रमाण से जुड़ा है। भारत आज इस दिशा में भी लगातार काम कर रहा है। यहां इस समिट में आप सभी ने अश्वगंधा का उदाहरण देखा है। सदियों से इसका उपयोग हमारी पारंपरिक चिकित्सा प्रणालियों में होता रहा है। COVID-19 के दौरान इसकी ग्लोबल डिमांड तेजी से बढ़ी और कई देशों में इसका उपयोग होने लगा। भारत अपनी रिसर्च और evidence-based validation के माध्यम से अश्वगंधा को प्रमाणिक रूप से आगे बढ़ा रहा है। इस समिट के दौरान भी अश्वगंधा पर एक विशेष ग्लोबल डिस्कशन का आयोजन किया गया। इसमें international experts ने इसकी सुरक्षा, गुणवत्ता और उपयोग पर गहराई से चर्चा की। भारत ऐसी time-tested herbs को global public health का हिस्सा बनाने के लिए पूरी तरह कमिटेड होकर काम कर रहा है।

साथियों,

ट्रेडिशनल मेडिसिन को लेकर एक धारणा थी कि इसकी भूमिका केवल वेलनेस या जीवन-शैली तक सीमित है। लेकिन आज ये धारणा तेजी से बदल रही है। क्रिटिकल सिचुएशन में भी ट्रेडिशनल मेडिसिन प्रभावी भूमिका निभा सकती है। इसी सोच के साथ भारत इस क्षेत्र में आगे बढ़ रहा है। मुझे ये बताते हुए खुशी हो रही है कि आयुष मंत्रालय और WHO-Traditional Medicine Center ने नई पहल की है। दोनों ने, भारत में integrative cancer care को मजबूत करने के लिए एक joint effort किया है। इसके तहत पारंपरिक चिकित्सा प्रणालियों को आधुनिक कैंसर उपचार के साथ जोड़ने का प्रयास होगा। इस पहल से evidence-based guidelines तैयार करने में भी मदद मिलेगी। भारत में कई अहम संस्थान स्वास्थ्य से जुड़े ऐसे ही गंभीर विषयों पर क्लिनिकल स्टडीज़ कर रहे हैं। इनमें अनीमिया, आर्थराइटिस और डायबिटीज़ जैसे विषय भी शामिल हैं। भारत में कई सारे स्टार्ट-अप्स भी इस क्षेत्र में आगे आए हैं। प्राचीन परंपरा के साथ युवाशक्ति जुड़ रही है। इन सभी प्रयासों से ट्रेडिशनल मेडिसिन एक नई ऊंचाई की तरफ बढ़ती दिख रही है।

साथियों,

आज पारंपरिक चिकित्सा एक निर्णायक मोड़ पर खड़ी है। दुनिया की बड़ी आबादी लंबे समय से इसका सहयोग लेती आई है। लेकिन फिर भी पारंपरिक चिकित्सा को वो स्थान नहीं मिल पाया था, जितना उसमें सामर्थ्य है। इसलिए, हमें विज्ञान के माध्यम से भरोसा जीतना होगा। हमें इसकी पहुंच को और व्यापक बनाना होगा। ये जिम्मेदारी किसी एक देश की नहीं है, ये हम सबका साझा दायित्व है। पिछले तीन दिनों में इस समिट में जो सहभागिता, जो संवाद और जो प्रतिबद्धता देखने को मिली है, उससे ये विश्वास गहरा हुआ है कि दुनिया इस दिशा में एक साथ आगे बढ़ने के लिए तैयार है। आइए, हम संकल्प लें कि पारंपरिक चिकित्सा को विश्वास, सम्मान और जिम्मेदारी के साथ मिलकर के आगे बढ़ाएंगे। एक बार फिर आप सभी को इस समिट की मैं बहुत-बहुत बधाई देता हूं। बहुत-बहुत धन्यवाद।