প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্টত এথেন্সত গ্ৰীচৰ প্ৰধানমন্ত্ৰী শ্ৰী কিৰিয়াকোছ মিটচোটাকিছে আয়োজন কৰা ব্যৱসায়িক মধ্যাহ্ন ভোজনত অংশগ্ৰহণ কৰে।
 

উক্ত অনুষ্ঠানত জাহাজ, আন্তঃগাঁথনি, শক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ ভাৰতীয় আৰু গ্ৰীচৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে অংশগ্ৰহণ কৰে।


 

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত নৱীকৰণযোগ্য, ষ্টাৰ্টআপ, ফাৰ্মাচিউটিকেল, তথ্য প্ৰযুক্তি, ডিজিটেল লেন-দেন আৰু আন্তঃগাঁথনিৰ দৰে ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি আৰু ব্যৱসায় বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু ভাৰত আৰু গ্ৰীচৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধিত এই উদ্যোগৰ নেতৃবৃন্দৰ ভূমিকাৰ কথা স্বীকাৰ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ব্যৱসায়িক নেতাসকলক ভাৰতত বিনিয়োগৰ সুযোগ ব্যৱহাৰ কৰিবলৈ আৰু ভাৰতৰ বিকাশৰ কাহিনীৰ অংশ হ'বলৈ উৎসাহিত কৰে।

 

অনুষ্ঠানটোত অংশগ্ৰহণ কৰা মুখ্য কাৰ্যবাহী বিষয়াসকল আছিলঃ

 

কোম্পানী                                       কাৰ্যবাহী

                             


 

১) এলপেন                     শ্ৰীযুত থিঅ'ডৰ ই. ট্ৰিফন, চিঅ’/চিইঅ’


 

২)গেক টাৰ্না গ্ৰুপ          শ্ৰীযুত জিঅ’ৰজিঅছ পেৰিষ্টেৰিছ, বিঅ’ডিৰ অধ্যক্ষ


 

৩)নেপচুন লাইনচ শ্বিপিং এণ্ড মেনেজিং এণ্টাৰপ্ৰাইজেছ এছ.এ.      শ্ৰীমতী মেলিনা ট্ৰেভলু, বিঅ’ডিৰ অধ্যক্ষ

 

৪)চিপিটা এছ.এ.               শ্ৰীযুত স্পাইৰোছ থিওডোৰোপুলোচ, প্ৰতিষ্ঠাপক

৫) ইউৰো বেংক এছ.এ.        শ্ৰীযুত ফকিয়ন কাৰাভিয়াছ, মুখ্য কাৰ্যবাহী বিষয়া

 

৬)টেমচ এছ.এ.   শ্ৰীযুত একিলিছ কনষ্টেণ্টাকোপুলোচ, অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া

 

৭)মাইটিলিনোছ গ্ৰুপ     শ্ৰীযুত এভেঞ্জেলোচ মাইটিলিনোছ, অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া

 

৮)টাইটান চিমেণ্ট গ্ৰুপ        শ্ৰীযুত ডিমিত্ৰি পাপালেক্সোপুলোচ, বিঅ’ডিৰ অধ্যক্ষ

 

৯) ইনটাছ ফাৰ্মাচিউটিকেলচ              শ্ৰীযুত বিনীশ চুদগাৰ, উপাধ্যক্ষ

 

১০) ইইপিচি                        শ্ৰীযুত অৰুণ গাৰোদিয়া, অধ্যক্ষ

 

১১)এমকিউৰ ফাৰ্মাচিউটিকেলচ         শ্ৰীযুত সমিত মেহতা, এমডি আৰু চিইঅ'

 

১২) জিএমআৰ গোট                 শ্ৰীশ্ৰীনিবাস বম্মিদালা, গোট সঞ্চালক

 

১৩) আইটিচি                    শ্ৰীযুত সঞ্জীৱ পুৰী, অধ্যক্ষ আৰু পৰিচালন সঞ্চালক

 

১৪) ইউপিএল                            শ্ৰীযুত বিক্ৰম শ্ৰফ, সঞ্চালক

 

১৫)শ্বাহি এক্সপৰ্টছ                       শ্ৰীযুত হৰিশ আহুজা, এমডি

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity

Media Coverage

PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 আগষ্ট 2026
August 17, 2026

India Ascendant: Citizens Hail PM Modi's Vision and India’s Multi-Sectoral Growth