প্ৰসিদ্ধ অধিবক্তা শ্ৰী কেটিএছ তুলসী জীৰ মাতৃ প্ৰয়াত বলজিৎ কৌৰ তুলসী জীয়ে ৰচনা কৰা গ্ৰন্থ শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৰামায়ণ ৰ প্ৰথম কপিটো গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “প্ৰসিদ্ধ অধিবক্তা শ্ৰী কেটিএছ তুলসী জীৰ মাতৃ প্ৰয়াত বলজিৎ কৌৰ তুলসী জীয়ে ৰচনা কৰা গ্ৰন্থ শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৰামায়ণ ৰ প্ৰথম কপিটো গ্ৰহণ কৰো। গ্ৰন্থখনি আইজিএনচিএয়ে প্ৰকাশ কৰিছে।

 

আমাৰ মত-বিনিময়ত, প্ৰাজ্ঞ শ্ৰী কেটিএছ তুলসী জীয়ে শিখধৰ্মৰ উদাৰ নীতি সন্দৰ্ভত কয় আৰু তদুপৰি গুৰবানী শবদ পাঠ কৰে। তেওঁৰ ব্যঞ্জনাই মোক চুই যায়। ইয়াত এটা অডিঅ’ আছে।“ https://t.co/0R9z836sLi "

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Silicon Sprint: Why Google, Microsoft, Intel And Cognizant Are Betting Big On India

Media Coverage

Silicon Sprint: Why Google, Microsoft, Intel And Cognizant Are Betting Big On India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ডিচেম্বৰ 2025
December 10, 2025

India's Amrit Kaal: Infrastructure, Innovation, and Inclusion in PM Modi Era