প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথৰ কালজয়ী তাৎপৰ্যক পুনৰ দৃঢ়তাৰে প্ৰকাশ  কৰি  এই মন্দিৰক ভাৰতৰ আধ্যাত্মিক শক্তি আৰু ভক্তিৰ চিৰন্তন মূৰ্তি বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে সোমনাথ কেৱল পবিত্ৰ মন্দিৰ হিচাপেই নহয়, ভাৰতৰ সভ্যতাৰ ধাৰাবাহিকতাৰ পোহৰ হিচাপেও থিয় দি  বিশ্বাস, স্থিতিস্থাপকতা, আৰু ঐক্যৰ বাৰ্তাৰে প্ৰজন্মক অনুপ্ৰাণিত কৰিছে।

এক্সৰ  এটা পোষ্টত শ্ৰী মোদীয়ে  এনেদৰে কয়-

"প্ৰভু শ্ৰী সোমনাথ সৃষ্টিৰ প্ৰতিটো কণাতে  আছে। তেওঁৰ অটল বিশ্বাস অনন্তকালৰ পৰা অবিৰতভাৱে বৈ আহিছে। তেওঁ সদায় ভাৰতৰ আধ্যাত্মিক শক্তিৰ প্ৰতীক হৈ থাকিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ছেপ্টেম্বৰ 2026
September 05, 2026

The New Indian Equation: Policy + People = Tangible Progress Under PM Modi