ইথানলৰপৰা বিমান ইন্ধন প্ৰস্তুত আৰু থলুৱা ফিডষ্টক তথা এছএএফৰে ভাৰতৰ প্ৰথমখন ঘৰুৱা বাণিজ্যিক বিমানৰ শুভাৰম্ভণিৰ ঐতিহাসিক পদক্ষেপক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰীয়ে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"এয়া বহনক্ষম উন্নয়নৰ প্ৰতি আমাৰ সামূহিক অগ্ৰাধিকাৰৰ প্ৰতিফলন।"
Indicative of our collective priority towards sustainable development. https://t.co/42BUsTtY8n
— Narendra Modi (@narendramodi) May 19, 2023


