প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত ৰবিদাসৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"সন্ত ৰবিদাস জীলৈ জন্ম বাৰ্ষিকীত প্ৰণাম জনাই তেখেতৰ মহান বাৰ্তাৰাজিক স্মৰণ কৰিছো। এই উপলক্ষে তেওঁৰ দৃষ্টিভংগীৰে সংগতি ৰাখি এখনি ন্যায়সংগত, সৌহাদ্যপূৰ্ণ আৰু সমৃদ্ধিশালী সমাজ গঠনৰ বাবে আমাৰ সংকল্পক দোহাৰিছো। তেওঁৰ পথেৰে অগ্ৰসৰ হৈ আমি ভিন্ন পদক্ষেপৰ জৰিয়তে দৰিদ্ৰ লোকসকলক সেৱা আৰু তেওঁলোকৰ সবলীকৰণ কৰিছো।"
संत रविदास जी की जयंती पर उन्हें नमन करते हुए हम उनके महान संदेशों का स्मरण करते हैं। इस अवसर पर उनके विचारों के अनुरूप न्यायप्रिय, सौहार्दपूर्ण और समृद्ध समाज के अपने संकल्प को दोहराते हैं। उनके मार्ग पर चलकर ही हम कई पहलों के जरिए गरीबों की सेवा और उनका सशक्तिकरण कर रहे हैं। pic.twitter.com/kKuhw7cB8H
— Narendra Modi (@narendramodi) February 5, 2023