প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ যোদ্ধা মহাৰাণা প্ৰতাপক তেওঁৰ জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে এক্সত লিখিছে;

"দেশৰ অমৰ যোদ্ধা মহাৰাণা প্ৰতাপক তেওঁৰ জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মাতৃভূমিৰ আত্মসন্মান ৰক্ষাৰ বাবে তেওঁ প্ৰদৰ্শন কৰা সাহস আৰু বীৰত্ব আজিও আমাৰ বীৰ-বীৰাংগনাসকলৰ বাবে পথ প্ৰদৰ্শক হৈ আছে। মা ভাৰতীৰ প্ৰতি সমৰ্পিত তেওঁৰ বীৰ জীৱন সদায় দেশবাসীৰ বাবে অনুপ্ৰেৰণাৰ উস হৈ থাকিব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Emerging cities see 42% growth in GCC jobs, outpacing metros: Report

Media Coverage

Emerging cities see 42% growth in GCC jobs, outpacing metros: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মে’ 2026
May 27, 2026

Strategic, Sustainable, Self-Reliant: How PM Modi is Building Viksit Bharat