প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদান দিৱসত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত এনেদৰে লিখিছেঃ
"ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদান দিৱসত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ দেশৰ অখণ্ডতা অক্ষুণ্ণ ৰাখিবলৈ অতুলনীয় সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ অমূল্য অৱদান সদায় শ্ৰদ্ধাৰে স্মৰণ কৰা হ’ব।"
डॉ. श्यामा प्रसाद मुखर्जी को उनके बलिदान दिवस पर कोटि-कोटि नमन। उन्होंने देश की अखंडता को अक्षुण्ण रखने के लिए अतुलनीय साहस और पुरुषार्थ का परिचय दिया। राष्ट्र निर्माण में उनका अमूल्य योगदान हमेशा श्रद्धापूर्वक याद किया जाएगा।
— Narendra Modi (@narendramodi) June 23, 2025


