প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চন্দ্ৰশেখৰৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সত এটা পোষ্টত তেওঁ লিখিছে :
“প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰজীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ নিজৰ ৰাজনীতিত সদায়ে দেশহিতৈশী স্বাৰ্থক সৰ্বোচ্চ স্থান দিছিল। সামাজিক সম্প্ৰীতি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তেওঁৰ প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব।”
पूर्व प्रधानमंत्री चंद्रशेखर जी को उनकी जयंती पर विनम्र श्रद्धांजलि। उन्होंने अपनी राजनीति में देशहित को हमेशा सर्वोपरि रखा। सामाजिक समरसता और राष्ट्र-निर्माण के उनके प्रयासों को हमेशा याद किया जाएगा। pic.twitter.com/9GiLjremS8
— Narendra Modi (@narendramodi) April 17, 2025


