প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত মাতাৰ অমৰ সন্তান শ্বহীদ উধম সিঙৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সত এটা পোষ্টত তেওঁ লিখিছে-
"ভাৰত মাতাৰ অমৰ সুপুত্ৰ শ্বহীদ উধম সিংহলৈ তেওঁৰ শ্বহীদ দিৱসত মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি। তেওঁৰ দেশপ্ৰেম আৰু বীৰত্বৰ কাহিনী দেশবাসীৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।"
भारत माता के अमर सपूत शहीद उधम सिंह को उनके बलिदान दिवस पर मेरी विनम्र श्रद्धांजलि। उनकी देशभक्ति और बहादुरी की गाथा देशवासियों के लिए हमेशा प्रेरणास्रोत बनी रहेगी।
— Narendra Modi (@narendramodi) July 31, 2025


