প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ সাভাৰকাৰজীলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। "কৃতজ্ঞ ৰাষ্ট্ৰই স্বাধীনতা আন্দোলনত তেওঁৰ অদম্য সাহস আৰু সংগ্ৰামৰ কাহিনী কেতিয়াও নাপাহৰে। দেশৰ প্ৰতি তেওঁৰ ত্যাগ আৰু সমৰ্পণে উন্নত ভাৰত নিৰ্মাণৰ পথ নিৰ্দেশনা অব্যাহত ৰাখিব", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰেঃ

"ভাৰত মাতৃৰ প্ৰকৃত পুত্ৰ বীৰ সাভাৰকাৰজীলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আনকি বিদেশী শাসনৰ কঠোৰতম অত্যাচাৰেও মাতৃভূমিৰ প্ৰতি তেওঁৰ সমৰ্পণক লৰচৰ কৰিব নোৱাৰিলে। স্বাধীনতা আন্দোলনত তেওঁৰ অদম্য সাহস আৰু সংগ্ৰামৰ কাহিনী কৃতজ্ঞ ৰাষ্ট্ৰ এখনে কেতিয়াও পাহৰিব নোৱাৰে। ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ ত্যাগ আৰু সমৰ্পণে এখন উন্নত ভাৰত নিৰ্মাণত পথ প্ৰদৰ্শন অব্যাহত ৰাখিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
After PM's snack break, jhalmuri grabs attention

Media Coverage

After PM's snack break, jhalmuri grabs attention
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 এপ্ৰিল 2026
April 20, 2026

Honouring Saints, Powering Futures: PM Modi’s Leadership That Blends Heritage, Highways and High Growth