প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘হুনৰ হাট’ পৰিদৰ্শন কৰে৷ দেশৰ ভিন্ন প্ৰান্তৰ শিল্পী, হস্তশিল্প আৰু ব্যঞ্জন বিশেষজ্ঞৰ ষ্টলসমূহ তেওঁ পৰিদৰ্শন কৰে৷ ইণ্ডিয়া গেটৰ কাষত প্ৰায় ২৫০খন ষ্টল স্থাপন কৰা হৈছে৷ 

‘হুনৰ হাট’ মেলাই ভাৰতৰ থলুৱা পৰম্পৰাগত ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে যুৱক-যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে৷

 The PM also had the 'delicious' Litti Chokha for lunch along with a cup of tea.

 One of the artists presented a map of India to the PM, which depicted the cultural diversity of India.

One of the artists presented a map of India to the PM, which depicted the cultural diversity of India.

 The PM also interacted with a divyang artist and enquired about her paintings and applauded her efforts.

 The PM also tried his hand at music. He played a musical instrument at one of the stalls.

ইণ্ডিয়া গেটৰ কাষত প্ৰায় ২৫০খন ষ্টল স্থাপন কৰা হৈছে৷ ইয়াৰে প্ৰায় ৫০ শতাংশ শিল্পী মহিলা৷ প্ৰধানমন্ত্ৰীয়ে ‘হুনৰ হাট’ত অংশ লোৱা শিল্পীসকলৰ সৈতে মতবিনিময় কৰে আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে৷
‘হুনৰ হাট’ মেলাই ভাৰতৰ থলুৱা পৰম্পৰাগত ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে যুৱক-যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে৷

এই বৰ্ষৰ হুনৰ মেলাৰ মূল বিষয় হ’ল ‘কৌশল কো কাম’৷ যোৱা ৩ বছৰত প্ৰায় ৩লাখ শিল্পী, হস্তশিল্পী আৰু ব্যঞ্জন বিশেষজ্ঞই সংস্থাপনৰ সুযোগ লাভ কৰিছে৷ ইয়াৰ ফলত বৃহৎ পৰিমাণৰ মহিলা শিল্পীও উপকৃত হৈছে৷ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states

Media Coverage

'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 জুন 2026
June 03, 2026

One Vision, Many Fronts: How PM Modi is Building Viksit Bharat Across Tech, Defense, Green Energy & Welfare