প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘হুনৰ হাট’ পৰিদৰ্শন কৰে৷ দেশৰ ভিন্ন প্ৰান্তৰ শিল্পী, হস্তশিল্প আৰু ব্যঞ্জন বিশেষজ্ঞৰ ষ্টলসমূহ তেওঁ পৰিদৰ্শন কৰে৷ ইণ্ডিয়া গেটৰ কাষত প্ৰায় ২৫০খন ষ্টল স্থাপন কৰা হৈছে৷ 

‘হুনৰ হাট’ মেলাই ভাৰতৰ থলুৱা পৰম্পৰাগত ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে যুৱক-যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে৷

 

 

 The PM also had the 'delicious' Litti Chokha for lunch along with a cup of tea.

 One of the artists presented a map of India to the PM, which depicted the cultural diversity of India.

One of the artists presented a map of India to the PM, which depicted the cultural diversity of India.

 The PM also interacted with a divyang artist and enquired about her paintings and applauded her efforts.

 The PM also tried his hand at music. He played a musical instrument at one of the stalls.

ইণ্ডিয়া গেটৰ কাষত প্ৰায় ২৫০খন ষ্টল স্থাপন কৰা হৈছে৷ ইয়াৰে প্ৰায় ৫০ শতাংশ শিল্পী মহিলা৷ প্ৰধানমন্ত্ৰীয়ে ‘হুনৰ হাট’ত অংশ লোৱা শিল্পীসকলৰ সৈতে মতবিনিময় কৰে আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে৷
‘হুনৰ হাট’ মেলাই ভাৰতৰ থলুৱা পৰম্পৰাগত ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে যুৱক-যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে৷

এই বৰ্ষৰ হুনৰ মেলাৰ মূল বিষয় হ’ল ‘কৌশল কো কাম’৷ যোৱা ৩ বছৰত প্ৰায় ৩লাখ শিল্পী, হস্তশিল্পী আৰু ব্যঞ্জন বিশেষজ্ঞই সংস্থাপনৰ সুযোগ লাভ কৰিছে৷ ইয়াৰ ফলত বৃহৎ পৰিমাণৰ মহিলা শিল্পীও উপকৃত হৈছে৷ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.

Media Coverage

India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister lauds Suprabhatam programme on Doordarshan for promoting Indian traditions and values
December 08, 2025

The Prime Minister has appreciated the Suprabhatam programme broadcast on Doordarshan, noting that it brings a refreshing start to the morning. He said the programme covers diverse themes ranging from yoga to various facets of the Indian way of life.

The Prime Minister highlighted that the show, rooted in Indian traditions and values, presents a unique blend of knowledge, inspiration and positivity.

The Prime Minister also drew attention to a special segment in the Suprabhatam programme- the Sanskrit Subhashitam. He said this segment helps spread a renewed awareness about India’s culture and heritage.

The Prime Minister shared today’s Subhashitam with viewers.

In a separate posts on X, the Prime Minister said;

“दूरदर्शन पर प्रसारित होने वाला सुप्रभातम् कार्यक्रम सुबह-सुबह ताजगी भरा एहसास देता है। इसमें योग से लेकर भारतीय जीवन शैली तक अलग-अलग पहलुओं पर चर्चा होती है। भारतीय परंपराओं और मूल्यों पर आधारित यह कार्यक्रम ज्ञान, प्रेरणा और सकारात्मकता का अद्भुत संगम है।

https://www.youtube.com/watch?v=vNPCnjgSBqU”

“सुप्रभातम् कार्यक्रम में एक विशेष हिस्से की ओर आपका ध्यान आकर्षित करना चाहूंगा। यह है संस्कृत सुभाषित। इसके माध्यम से भारतीय संस्कृति और विरासत को लेकर एक नई चेतना का संचार होता है। यह है आज का सुभाषित…”