১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ইটালীৰ প্ৰধানমন্ত্ৰী মহামহিম জিঅৰ্জিয়া মেলোনিৰে মিলিত হয়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ইটালীৰ সৈতে ভাৰতৰ বন্ধুত্ব অধিক গভীৰ হৈ থাকিব, ইয়াৰ ফলশ্ৰুতিত আমাৰ জনসাধাৰণ বহুখিনি লাভান্বিত হ’ব।
ইটালীৰ প্ৰধানমন্ত্ৰীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
“জিঅৰ্জিয়া মেলোনি, আপোনাৰ কথাত সম্পূৰ্ণ একমত। ইটালীৰ সৈতে ভাৰতৰ বন্ধুত্ব অধিক গভীৰ হৈ থাকিব, ইয়াৰ ফলশ্ৰুতিত আমাৰ জনসাধাৰণ বহুখিনি লাভান্বিত হ’ব!
@GiorgiaMeloni”
Fully agree with you, PM Giorgia Meloni. India’s friendship with Italy will continue to get stronger, greatly benefitting our people!@GiorgiaMeloni https://t.co/LaYIIZn8Ry
— Narendra Modi (@narendramodi) June 17, 2025


