“আজি, ভাৰতে আধুনিক আন্তঃগাঁথনি নিৰ্মাণত ১০০লাখ কোটিৰো অধিক টকা বিনিয়োগ কৰাৰ মানসিকতাৰে আগবাঢ়িব খুজিছে। দুগুণ বা তিনিগুণ গতিৰে কাম কৰিবলৈ ভাৰতে গ্ৰহণ কৰিছে ‘গতিশক্তি’ নীতি”
“আমাৰ পৰ্বতবোৰ আমাৰ আস্থা আৰু সংস্কৃতিৰে কেৱল গড় নহয়, বৰং আমাৰ দেশৰ সুৰক্ষাৰো দুৰ্গ। এই পৰ্বতমালাত বসবাস কৰি অহা লোকসকলৰ জীৱন-যাত্ৰা সহজসাধ্য কৰি তোলাটোক দেশে অন্যতম শীৰ্ষ প্ৰথমিকতা হিচাপে গ্ৰহণ কৰিছে”
“পৃথৱীৰ কোনো দেশৰ হেঁচাত সেও মানিব নোৱাৰে আজিৰ চৰকাৰে। আমি ‘প্ৰথমে ৰাষ্ট্ৰ, সদায় প্ৰথমে’-ৰ মন্ত্ৰ আওৰোৱা মানুহ”
“আমি যি আঁচনিয়েই গ্ৰহণ কৰিছো, কোনো ধৰণৰ বৈষম্য নকৰাকৈ আমি সকলোৰে বাবে ৰূপায়িত কৰিম। ইয়াৰ ভিত্তিত আমি ‘ভোট-বেংক’ৰ ৰাজনীতি কৰাৰ পৰিৱৰ্তে ৰাইজৰ সেৱাকহে অগ্ৰধিকাৰ দিছো। দেশক শক্তিশালী কৰি তোলাৰহে প্ৰয়াস কৰিছো আমি”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৰাদুনত ১৮,০০০কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এইলানি প্ৰকল্পত ‘দিল্লী-দেৰাদুন ইক’নমিক কৰিড’ৰ’(ইষ্টাৰ্ণ পেৰিফাৰেল এক্সপ্ৰেছ জাংকশ্যনৰ পৰা দেৰাদুনলৈ), ‘দিল্লী-দেৰাদুন ইক’নমিক কৰিড’ৰ’ৰ পৰা গ্ৰীণফিল্ড সংযোগী প্ৰকল্প’, ‘হালগোৱা, ছাহাৰানপুৰৰ পৰা ভদ্ৰবাদলৈ, হৰিদ্বাৰ, হৰিদ্বাৰ ৰিংৰোড প্ৰকল্প, দেৰাদুন-পাওণ্টা ছাহিব(হিমাচল প্ৰদেশ) পথ প্ৰকল্প’, ‘নাজিবাবাদ-কোটদৱাৰ পথ বহলীকৰণ প্ৰকল্প’ আৰু লক্ষ্ণণ ঝুলাৰ কাষত গংগাৰ নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ প্ৰকল্প সামৰি লোৱা হৈছে। তেওঁ দেৰাদুনত ‘শিশু-অনুকূল মহানগৰ প্ৰকল্প’, পানী যোগান উন্নয়ণ প্ৰকল্প, দেৰাদুনৰ পথ আৰু পয়-প্ৰণালী উন্নয়ণ প্ৰকল্প, শ্ৰী বদ্ৰীনাথ ধাম আৰু গংগোত্ৰী-যমুনাত্ৰী ধামৰ আন্তঃগাঁথনি উন্নয়ণ প্ৰকল্প আৰু হৰিদ্বাৰ চিকিত্সা মহাবিদ্যালয় নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।

অঞ্চলটোত যুগ ধৰি চলি অহা ভূমি-স্খলনৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ দিহাৰে সুৰক্ষিত ভ্ৰমণ সম্ভৱ কৰি তোলাত গুৰুত্ব প্ৰদান কৰি নিৰ্মাণ কৰা, দেৱপ্ৰয়াগৰ পৰা শ্ৰীকোট আৰু ব্ৰহমপুৰীৰ পৰা কোডিয়ালালৈ ৫৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহলীকৰণ, যমুনা নদীৰ ওপৰত নিৰ্মিত ১২০মেগাৱাট উত্পাদনক্ষম ব্যাসী জলবিদ্যুত্ প্ৰকল্প দেৰাদুনত স্থাপন কৰা ‘হিমালয়ান কালশ্যাৰেল চেণ্টাৰ’ আৰু দেৰাদুনত স্থাপিত ‘পাৰ্ফিউমাৰী আৰু এৰোমা লেবৰেটৰী’(সুগন্ধী বনস্পতি কেন্দ্ৰ)কে ধৰি সাতোটা প্ৰকল্পও প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে “উত্তৰখণ্ড কেৱল আস্থা আৰু বিশ্বাসৰে কেন্দ্ৰ নহয়, বৰং ই কঠোৰ শ্ৰম আৰু দৃঢ় সংকল্পবদ্ধতাৰো নিদৰ্শন। সেয়ে এইখন ৰাজ্যৰ বিকাশক কেন্দ্ৰ আৰু ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে”। এই শতিকাৰ প্ৰাৰম্ভতে তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দেশত পথ-যোগাযোগ ব্যৱস্থাৰ উত্তৰণৰ এক আন্দোলন গঢ়ি তোলাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আজি, ভাৰতে আধুনিক আন্তঃগাঁথনি নিৰ্মাণত ১০০লাখ কোটিৰো অধিক টকা বিনিয়োগ কৰাৰ মানসিকতাৰে আগবাঢ়িব খুজিছে। দুগুণ বা তিনিগুণ গতিৰে কাম কৰিবলৈ ভাৰতে গ্ৰহণ কৰিছে গতিশক্তি নীতি”। ভাষণ প্ৰসংগত তেওঁ কয়, “আমাৰ পৰ্বতসমূহ আমাৰ আস্থা আৰু সংস্কৃতিৰে কেৱল গড় নহয়, বৰং আমাৰ দেশৰ সুৰক্ষাৰো দুৰ্গ। এই পৰ্বতমালাত বসবাস কৰি অহা লোকসকলৰ জীৱন-যাত্ৰা সহজসাধ্য কৰি তোলাটোক দেশে অন্যতম শীৰ্ষ প্ৰথমিকতা হিচাপে গ্ৰহণ কৰিছে”।

প্ৰধানমন্ত্ৰীয়ে “পৃথৱীৰ কোনো দেশৰ হেঁচাত আজিৰ চৰকাৰে সেও মানিব নোৱাৰে” বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰি কয়, “আমি প্ৰথমে ৰাষ্ট্ৰ, সদায় প্ৰথমে-ৰ মন্ত্ৰ আওৰোৱা মানুহ”।

তেওঁৰ চৰকাৰে দেশবাসীৰ কল্যাণক সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ কথা দোহাৰি কয় যে “আমি যিয়েই আঁচনি গ্ৰহণ কৰিছো, কোনো ধৰণৰ বৈষম্য নকৰাকৈ আমি সকলোৰে বাবে ৰূপায়িত কৰিম। ইয়াৰ ভিত্তিত আমি ভোট-বেংকৰ ৰাজনীতি কৰাৰ পৰিৱৰ্তে ৰাইজৰ সেৱাকহে অগ্ৰধিকাৰ দিছো। দেশক শক্তিশালী কৰি তোলাৰহে প্ৰয়াস কৰিছো আমি”।

প্ৰধানমন্ত্ৰীয়ে এটি কবিতা আওৰাই তেওঁৰ ভাষণৰ সামৰণি মাৰে।

“জহাঁ পৱন বহে সংকল্প লিয়ে,

জহাঁ পৰ্বত গৰ্ব সিখাতে হেঁ,

জহাঁ উঁছে নিছে সব ৰস্তে

বছ ভক্তি কে সুৰ মে গাতে হেঁ

উছ দেৱ ভূমি কে ধ্যান ছে হী

উছ দেৱ ভূমি কে ধ্যান ছে হী

মেঁ সদা ধন্য হো যাতা হুঁ

হে ভাগ্য মেৰা,

সৌভাগ্য মেৰা,

মেঁ তুমকো শীশ নৱাতা হুঁ

তুম আঁচল হো ভাৰত মাঁ কা

জীৱন কী ধুপ মেঁ ছাঁও হো তুম

বছ ছুনে ছে হী তৰ যায়েঁ,

সবসে পবিত্ৰ ৱ’ ধৰা হো তুম

বছ লিয়ে সমৰ্পণ তন মন ছে

মেঁ দেৱ ভূমি মে আতা হুঁ

মেঁ দেৱ ভূমি মে আতা হুঁ

হে ভাগ্য মেৰা

সৌভাগ্য মেৰা

মেঁ তুমকো শীশ নৱাতা হুঁ

জহাঁ অঞ্জুলী মে গংগা জল হো

জহাঁ হৰ এক মন বছ নিশ্চল হো

জহাঁ গাঁৱ গাঁৱ মে দেশ ভক্ত

জহাঁ নাৰী মে সচ্চা বল হো

উছ দেৱ ভূমি কা আশীৰ্বাদ লিয়ে

মেঁ চলতা জাতা হুঁ

হে ভাগ্য মেৰা

সৌভাগ্য মেৰা

মেঁ তুমকো শীশ নৱাতা হুঁ

মঁডৱে কী ৰোটী হুড়কে কী থাপ

হৰ এক মন কৰতা

শিৱাজী কা জাপ

ঋষি মুনিয়ো কী হে

য়ে তপো ভূমি

কিতনে বীৰো কী

য়ে জন্ম ভূমি

মে তুমকো শীশ নৱাতা হুঁ ঔৰ ধন্য ধন্য হো যাতা হুঁ

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 44,544 crore capex loans to states so far in FY27

Media Coverage

Centre releases Rs 44,544 crore capex loans to states so far in FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"