পূৰ্বতে, সুলভ মূল্যৰ খাদ্য আঁচনিসমূহৰ পৰিসৰ আৰু বাজেট বৃদ্ধি কৰি থকা হৈছিল যদিও সেই অনুপাতে অনাহাৰী আৰু অপুষ্টিৰ হাৰ কমা নাছিল : প্ৰধানমন্ত্ৰী
‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ আৰম্ভ কৰাৰে পৰা হিতাধিকাৰীসকলে আগৰ হিচাপতৈ প্ৰায় দুগুণ হাৰত সামগ্ৰী পাবলৈ ধৰিছে : প্ৰধানমন্ত্ৰী
মহামাৰীৰ কালছোৱাত প্ৰায় ২লাখ কোটি টকাৰ ব্যয়ৰে ৮০কোটিতকৈয়ো অধিক হিতাধিকাৰীয়ে বিনামূলীয়াকৈ খাদ্য সামগ্ৰী লাভ কৰিছে : প্ৰধানমন্ত্ৰী
দেশৰ সবাতোকৈ দুৰ্যোগৰ সময়তো কোনো নাগৰিকে লোঘণে থাকিবলগীয়া হোৱা নাই : প্ৰধানমন্ত্ৰী
দৰিদ্ৰৰ সবলীকৰণত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে : প্ৰধানমন্ত্ৰী
আমাৰ খেলুৱৈসকলৰ নতুন আত্মবিশ্বাসেই নতুন ভাৰতৰ বাবে নমুনা স্বৰূপ হৈ উঠিছে : প্ৰধানমন্ত্ৰী
৫০কোটিৰ টীকাকৰণৰ অভিলেখ ৰচনাৰ দিশে দ্ৰুতগতিৰে আগবাঢ়িছে দেশ : প্ৰধানমন্ত্ৰী
‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰেৰণাস্ৰোত হ’ব পৰা পবিত্ৰ শপত বাক্য আওৰাও আহক : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়। আঁচনিখনৰ বিষয়ে জন সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যখনত এক ৰাজহুৱা অংশীদাৰী কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰাটৰ লাখ লাখ পৰিয়ালে ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ অধীনত বিনামূলীয়াকৈ খাদ্য সামগ্ৰী লাভ কৰি আছে। এই আঁচনিয়ে দুখীয়া-দৰিদ্ৰজনৰ দুৰ্দশাৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ মাজত আত্মপ্ৰত্যয় প্ৰদান কৰিছে। দুৰ্যোগ যেনেকুৱাই নহওক কিয় দৰিদ্ৰ জনতাৰ কাষত দেশে সদায়ে অৱস্থান কৰিব বুলি দেশৰ দুখীয়া-দৰিদ্ৰসকলে অনুভৱ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পিচৰ প্ৰায় প্ৰতিখন চৰকাৰেই দুখীয়াসকললৈ সুলভ খাদ্য-সামগ্ৰী যোগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। সেই উদ্দেশ্যে বছৰৰ পিচত বছৰ ধৰি আঁচনিসমূহৰ পুঁজি আৰু পৰিসৰো বৃ্দ্ধি কৰি অহা হৈছে যদিও ইয়াৰ প্ৰভাৱ তেনেই সীমিত হৈয়ে আছিল। দেশৰ খাদ্য-সামগ্ৰীৰ ভাণ্ডাৰ দিনে দিনে বৃদ্ধি পাইছিল যদিও সেই অনুপাতে অনাহাৰী আৰু অপুষ্টিৰ হাৰ কিন্তু কমা নাছিল। ইয়াৰ অন্যতম প্ৰধান কাৰণ আছিল এক প্ৰভাৱশালী প্ৰেৰক-ব্যৱস্থাৰ অভাৱ। এই পৰিস্থিতিৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ২০১৪ চনত সমগ্ৰ কথাবোৰ ন-কৈ কৰাৰ উদ্যোগ লোৱা হয়। নতুন প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰি, ভুৱা হিতাধিকাৰীৰ কোটি কোটি নাম তালিকাসমূহৰ পৰা কৰ্তন কৰি ৰেচন কাৰ্ডসমূহ আধাৰ কাৰ্ডৰে সংযোজিত কৰাৰ ব্যৱস্থা কৰা হয়।

তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ আৰম্ভ কৰাৰে পৰা হিতাধিকাৰীসকলে আগৰ হিচাপতৈ প্ৰায় দুগুণ হাৰত সামগ্ৰী পাবলৈ ধৰিছে। মহামাৰীৰ কালছোৱাত প্ৰায় ২লাখ কোটি টকাৰ ব্যয়ৰে ৮০কোটিতকৈয়ো অধিক হিতাধিকাৰীয়ে বিনামূলীয়াকৈ খাদ্য সামগ্ৰী লাভ কৰিছে বুলিও তেওঁ তথ্য দাঙি ধৰে।

এই আঁচনিৰ সুবাদত দেশৰ সবাতোকৈ দুৰ্যোগৰ সময়তো কোনো নাগৰিকে লোঘণে থাকিবলগীয়া হোৱা নাই বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।এই কথা ইতিমধ্যে সমগ্ৰ পৃথিৱীয়েই স্বীকাৰ লৈছে বুলিও তেওঁ মন্তব্য কৰে।

আজিৰ তাৰিখত প্ৰতিগৰাকী হিতাধিকাৰীলৈ প্ৰতি কিলোগ্ৰাম আটাত ২টকা আৰু চাউল ৩টকা হাৰত চাউল দি থকাৰ উপৰি ৫কিলোগ্ৰাম আটা বা চাউল বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে। তেওঁ আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত গুজৰাট চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰো শলাগ লয়। ইফালে, ‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’-ৰ উদ্দেশ্য সফল কৰাৰ বাবে লোৱা তত্পৰাতাৰ বাবেও তেওঁ গুজৰাট চৰকাৰক প্ৰসংসা কৰে।

ভাষণ প্ৰসংগত দেশৰ চৰকাৰে দৰিদ্ৰৰ সবলীকৰণত সৰ্বাধিক অগ্ৰাধিকাৰ দিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ইফালে, ক’ৰোনা মহামাৰীৰ মাজতো সৰ্বাধিক সংখ্যক খেলুৱৈয়ে অলিম্পিকৰ দৰে খেল মহোত্সৱলৈ নিৰ্বাচিত হোৱাৰ দক্ষতা প্ৰতিপন্ন কৰাৰ লগতে বিশ্বৰ শীৰ্ষ স্থানীয় ক্ৰীড়া মহোত্সৱখনত দক্ষতাৰে যুঁজ দিয়াতো সফলকাম হ’ব পাৰিছে বুলি মন্তব্য কৰে। তেওঁ কয় আমাৰ খেলুৱৈসকলৰ নতুন আত্মবিশ্বাসেই নতুন ভাৰতৰ বাবে নিদৰ্শন হৈ উঠিছে।

ক’ভিড-১৯ বিৰোধী যুঁজখনত টীকাকৰণ অভিযানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় ৫০ কোটিৰ টীকাকৰণৰ অভিলেখ ৰচনাৰ দিশে দ্ৰুতগতিৰে আগবাঢ়িছে দেশ। তেওঁ ক’ৰোনাৰ বিৰুদ্ধে সকলোকে সতৰ্কতা অৱলম্বনৰো আহ্বান জনায়।

ইফালে, চলিত বৰ্ষত স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰেৰণাস্ৰোত হ’ব পৰা  পবিত্ৰ শপত বাক্য আওৰাবলৈ সকলো নাৰিককে আগবাঢ়ি আহিবলৈও তেওঁ আহ্বান জনায়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”