১১ বছৰ সৰ্ম্পূণ হোৱা ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে জনসাধাৰণৰ জীৱনলৈ অহা পৰিৱৰ্তনৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ যুৱ উদ্ভাৱকসকলক প্ৰযুক্তিৰ অগ্ৰগতি আৰু ৰাষ্ট্ৰৰ আত্মনিৰ্ভৰশীলতাক চালিত কৰাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে প্ৰশংসা কৰে। যোৱা ১১ বছৰত ডিজিটেল ইণ্ডিয়াই যুৱপ্ৰজন্মক উদ্ভাৱনৰ সুবিধা ল'বলৈ সক্ষম কৰি তুলিছে, যাৰ ফলত গোলকীয় প্ৰযুক্তিৰ শক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী হৈছে।

 

শ্ৰী মোদীয়ে লগতে মন্তব্য কৰে যে যোৱা ১১ বছৰত প্ৰযুক্তিৰ শক্তিৰ ব্যৱহাৰে ভাৰতৰ জনসাধাৰণৰ বাবে অগণন লাভালাভ কঢ়িয়াই আনিছে। তেওঁ লগতে কয় যে সেৱা প্ৰদান আৰু স্বচ্ছতা যথেষ্ট বৃদ্ধি কৰা হৈছে।

 

মাইগভ ইণ্ডিয়াৰ এক্সত কৰা পোষ্টৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী মোদীয়ে কয়ঃ

 

"ভাৰতৰ যুৱক-যুৱতীসকলৰ দ্বাৰা চালিত হৈ আমি উদ্ভাৱন আৰু প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছো। ই আত্মনিৰ্ভৰশীল আৰু বিশ্বব্যাপী প্ৰযুক্তিৰ শক্তি কেন্দ্ৰ হোৱাৰ বাবে আমাৰ প্ৰচেষ্টাক শক্তিশালী কৰি তুলিছে।

 

# ডিজিটেল ইণ্ডিয়াৰ ১১বছৰ’’

"প্ৰযুক্তিৰ শক্তিৰ ব্যৱহাৰে জনসাধাৰণৰ বাবে অগণন লাভালাভ কঢ়িয়াই আনিছে। সেৱা প্ৰদান আৰু স্বচ্ছতা যথেষ্ট বৃদ্ধি কৰা হৈছে। তদুপৰি, প্ৰযুক্তি দৰিদ্ৰ লোকৰ জীৱন শক্তিশালী কৰাৰ এক মাধ্যম হৈ পৰিছে।

 

#11YearsOfDigitalIndia”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Move from endless war to end of war': PM Modi to Russian President Putin

Media Coverage

Move from endless war to end of war': PM Modi to Russian President Putin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates the nation on achieving 7.8% GDP growth; highlights surging economic confidence
September 01, 2026

Prime Minister Shri Narendra Modi today congratulated the nation on achieving a Gross Domestic Product (GDP) growth rate of 7.8% in the first quarter of the financial year. Sharing a video message, the Prime Minister highlighted the strong economic numbers, emphasizing that these figures reflect a surging economic confidence.

In a post on X, the Prime Minister shared:

"7.8% growth.

Strong numbers.

Even stronger confidence."