প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকৃতি সম্পৰ্কীয় উৎসৱ সতুৱান উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"প্ৰকৃতিৰ সৈতে সম্পৰ্কিত সতুৱান উৎসৱ উপলক্ষে আপোনালোক সকলোকে বহুত শুভকামনা জনাইছোঁ। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা এই উৎসৱে সকলোৰে জীৱনলৈ নতুন উদ্যম আৰু আনন্দ কঢ়িয়াই আনক, তাৰেই কামনা কৰিছোঁ।"
प्रकृति से जुड़े उत्सव सतुआन की आप सभी को बहुत-बहुत बधाई। देश के कई हिस्सों में मनाया जाने वाला ये त्योहार हर किसी के जीवन में नई ऊर्जा और स्फूर्ति लेकर आए, यही कामना है।
— Narendra Modi (@narendramodi) April 14, 2023


