প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“সমগ্ৰ দেশবাসীক বুদ্ধ পূৰ্ণিমাৰ বহুত বহুত শুভকামনা জনাইছো। সত্য, সমানতা আৰু সদ্ভাৱৰ সিদ্ধান্তৰ ওপৰত আধাৰিত ভগৱান বুদ্ধৰ বাৰ্তা মানৱতাৰ পথ-প্ৰদৰ্শক হৈ আহিছে। ত্যাগ আৰু তপস্যাৰ প্ৰতি সমৰ্পিত তেওঁৰ জীৱনে বিশ্ব সমূদায়ক সদায় কৰুণা আৰু শান্তিৰ প্ৰতি প্ৰেৰিত কৰি থাকিব।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s manufacturing to rise 2.8x to $1.5 trn by 2035: Morgan Stanley

Media Coverage

India’s manufacturing to rise 2.8x to $1.5 trn by 2035: Morgan Stanley
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Andhra Pradesh meets the Prime Minister
July 22, 2026

The Chief Minister of Andhra Pradesh, Shri N. Chandrababu Naidu, today met Prime Minister Shri Narendra Modi.

In a post on X, the Prime Minister shared:

"Chief Minister of Andhra Pradesh, Shri @ncbn met Prime Minister @narendramodi.

@AndhraPradeshCM"