প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিকিৎসক দিৱস উপলক্ষে সকলো চিকিৎসককে শুভেচ্ছা জনায়। "আমাৰ চিকিৎসকসকলে তেওঁলোকৰ নিপুণতা আৰু অধ্যৱসায়ৰ জৰিয়তে পৰিচয় দাঙি ধৰিছে। তেওঁলোকৰ মমতাৰ মনোভাৱো সমানেই উল্লেখযোগ্য", শ্ৰী মোদীয়ে কয়।

শ্ৰী মোদীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

"#DoctorsDay উপলক্ষে সকলো কঠোৰ পৰিশ্ৰমী চিকিৎসককে শুভেচ্ছা জনালোঁ। আমাৰ চিকিৎসকসকলে তেওঁলোকৰ নিপুণতা আৰু অধ্যৱসায়ৰ জৰিয়তে পৰিচয় দাঙি ধৰিছে। তেওঁলোকৰ মমতাৰ মনোভাৱো সমানেই উল্লেখযোগ্য। তেওঁলোক সঁচাকৈয়ে স্বাস্থ্যৰ ৰক্ষক আৰু মানৱতাৰ স্তম্ভ। ভাৰতৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি সুদৃঢ়কৰণত তেওঁলোকৰ অৱদান সঁচাকৈয়ে ব্যতিক্ৰমী।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s contribution to BRICS: Nari Shakti moves from promise to delivery

Media Coverage

India’s contribution to BRICS: Nari Shakti moves from promise to delivery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the President of Iran
June 30, 2026
President Pezeshkian briefs PM on the recent developments in West Asia.
PM welcomes the understanding reached and reiterates the need for continued efforts for lasting peace and stability.

Prime Minister Shri Narendra Modi had a telephone conversation today with the President of the Islamic Republic of Iran, H.E. Dr. Masoud Pezeshkian.

President Pezeshkian briefed the Prime Minister on the recent developments in West Asia and the way forward.

Prime Minister welcomed the understanding reached, and reiterated India’s consistent position that all issues must be resolved through dialogue and diplomacy.

Prime Minister reiterated the need for continued efforts to ensure lasting peace and stability in the region, and for safeguarding freedom of navigation and commerce.