‘ৰোশ হাশানা’ উপলক্ষে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালি বেন্নেট, ইজৰাইলৰ বন্ধুত্বসুলভ ৰাইজ আৰু পৃথিৱীৰ প্ৰান্তে প্ৰান্তে থকা ইহুদীসকললৈ শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“প্ৰধানমন্ত্ৰী @নাফটালিবেন্নেট, ইজৰাইলৰ বন্ধুত্বসুলভ ৰাইজ আৰু পৃথিৱীৰ প্ৰান্তে প্ৰান্তে আজি ‘ৰোশ হাশানা’ উদযাপন কৰা ইহুদীসকললৈ শুভকামনা জ্ঞাপন কৰিছো।@IsraeliPM”

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
How digital tech and AI are revolutionising primary health care in India

Media Coverage

How digital tech and AI are revolutionising primary health care in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুলাই 2024
July 12, 2024

Modi 3.0 – India witnesses holistic growth in all sectors