‘ৰোশ হাশানা’ উপলক্ষে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালি বেন্নেট, ইজৰাইলৰ বন্ধুত্বসুলভ ৰাইজ আৰু পৃথিৱীৰ প্ৰান্তে প্ৰান্তে থকা ইহুদীসকললৈ শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
“প্ৰধানমন্ত্ৰী @নাফটালিবেন্নেট, ইজৰাইলৰ বন্ধুত্বসুলভ ৰাইজ আৰু পৃথিৱীৰ প্ৰান্তে প্ৰান্তে আজি ‘ৰোশ হাশানা’ উদযাপন কৰা ইহুদীসকললৈ শুভকামনা জ্ঞাপন কৰিছো।@IsraeliPM”
ברכות חמות לראש הממשלה @naftalibennett, לעם ישראל הידידותי, וליהודים ברחבי העולם שחוגגים היום את ראש השנה@IsraeliPM @PMOIndia
— Narendra Modi (@narendramodi) September 7, 2021
Warmest wishes to Prime Minister @naftalibennett, the friendly people of Israel, and the Jewish people around the world celebrating Rosh Hashanah today.@IsraeliPM
— Narendra Modi (@narendramodi) September 7, 2021