এনে কেতবোৰ বিষয় আছে, যিবোৰ দিশত ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ এক গুৰুতৰ অন্তৰ্দৃষ্টিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঃ প্ৰধানমন্ত্ৰী মোদী
প্ৰতিগৰাকী ভাৰতীয়ই ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকাৰ সম্প্ৰসাৰিত হোৱাটো আশা কৰে, এই ক্ষেত্ৰত ভাৰতৰ অৱদান প্ৰত্যক্ষ কৰিব বিচাৰেঃ প্ৰধানমন্ত্ৰী মোদী
ভাৰতৰ প্ৰতিষেধক উৎপাদন আৰু প্ৰতিষেধক বিতৰণৰ সক্ষমতাই সমগ্ৰ মানৱজাতিক সংকটমুক্ত কৰাৰ দিশত কাম কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী মোদী
ভাৰতে সদায় শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ দিশত সমৰ্থন আগবঢ়ায়ঃ প্ৰধানমন্ত্ৰী মোদী

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ ‘সংস্কাৰ’ আৰু ‘প্ৰতিক্ৰিয়া প্ৰকাশৰ ধৰণ সলনি কৰা’ৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয়, “যদি আমি বিগত ৭৫ বছৰত ৰাষ্ট্ৰসংঘৰ পাৰদৰ্শিতাৰ এক বস্তুনিষ্ঠ মূল্যায়ন কৰো, আমি কেতবোৰ বৃহৎ সাফল্য দেখিবলৈ পাও৷ কিন্তু একে সময়তে এনে কেতবোৰ বিষয় আছে, যিবোৰ দিশত ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ এক গুৰুতৰ অন্তৰ্দৃষ্টিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো৷”

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up

Media Coverage

Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 আগষ্ট 2026
August 24, 2026

Beyond Announcements: Real Milestones Proving India’s Rise Across Defence, Tech & Economy Under the Leadership of PM Modi