Quoteএনে কেতবোৰ বিষয় আছে, যিবোৰ দিশত ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ এক গুৰুতৰ অন্তৰ্দৃষ্টিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঃ প্ৰধানমন্ত্ৰী মোদী
Quoteপ্ৰতিগৰাকী ভাৰতীয়ই ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকাৰ সম্প্ৰসাৰিত হোৱাটো আশা কৰে, এই ক্ষেত্ৰত ভাৰতৰ অৱদান প্ৰত্যক্ষ কৰিব বিচাৰেঃ প্ৰধানমন্ত্ৰী মোদী
Quoteভাৰতৰ প্ৰতিষেধক উৎপাদন আৰু প্ৰতিষেধক বিতৰণৰ সক্ষমতাই সমগ্ৰ মানৱজাতিক সংকটমুক্ত কৰাৰ দিশত কাম কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী মোদী
Quoteভাৰতে সদায় শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ দিশত সমৰ্থন আগবঢ়ায়ঃ প্ৰধানমন্ত্ৰী মোদী

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ ‘সংস্কাৰ’ আৰু ‘প্ৰতিক্ৰিয়া প্ৰকাশৰ ধৰণ সলনি কৰা’ৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয়, “যদি আমি বিগত ৭৫ বছৰত ৰাষ্ট্ৰসংঘৰ পাৰদৰ্শিতাৰ এক বস্তুনিষ্ঠ মূল্যায়ন কৰো, আমি কেতবোৰ বৃহৎ সাফল্য দেখিবলৈ পাও৷ কিন্তু একে সময়তে এনে কেতবোৰ বিষয় আছে, যিবোৰ দিশত ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ এক গুৰুতৰ অন্তৰ্দৃষ্টিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো৷”

|

Click here to read PM's speech

  • Reena chaurasia September 05, 2024

    बीजेपी
  • Loksabha Vaishali April 03, 2024

    जय भाजपा तय भाजपा विजय भाजपा
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 16, 2023

    नमो नमो नमो नमो नमो नमो
  • शिवकुमार गुप्ता February 10, 2022

    जय भारत
  • शिवकुमार गुप्ता February 10, 2022

    जय हिंद.
  • शिवकुमार गुप्ता February 10, 2022

    जय हिंद
  • शिवकुमार गुप्ता February 10, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता February 10, 2022

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
‘Benchmark deal…trade will double by 2030’ - by Piyush Goyal

Media Coverage

‘Benchmark deal…trade will double by 2030’ - by Piyush Goyal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 জুলাই 2025
July 25, 2025

Aatmanirbhar Bharat in Action PM Modi’s Reforms Power Innovation and Prosperity