প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যিক উন্নয়নৰ মাপকাঠিৰ তালিকাত শীৰ্ষ স্থান লাভ কৰাৰ বাবে তেহৰিৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে সাংসদ শ্ৰীমতী মালা ৰাজ্যলক্ষ্মী শ্বাহৰ এটা টুইট শ্বেয়াৰ কৰে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ টুইটত কয়:
"এই গৌৰৱান্বিত সাফল্যৰ বাবে তেহৰিৰ মোৰ সকলো ভাই-ভনীক বহুত অভিনন্দন! এয়া বিকাশৰ প্ৰতি আপোনাৰ আবেগ আৰু কঠোৰ পৰিশ্ৰমৰ ফলাফল। "
इस गौरवपूर्ण उपलब्धि के लिए टिहरी के मेरे सभी भाइयों और बहनों को बहुत-बहुत बधाई! यह विकास के प्रति आपकी लगन और परिश्रम का ही सुफल है। https://t.co/7Mae3vfyEx
— Narendra Modi (@narendramodi) April 22, 2023


