প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় গ্ৰেমী পুৰষ্কাৰ লাভ কৰাৰ বাবে সংগীতকাৰ ৰিকী কেজক অভিনন্দন জ্ঞাপন কৰে৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“আন এক কৃতিত্বৰ বাবে @rickykejক অভিনন্দন জনাইছো৷ আপোনাৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালো।”
Congratulations @rickykej for yet another accomplishment. Best wishes for your coming endeavours. https://t.co/mAzRw3Yoqg
— Narendra Modi (@narendramodi) February 6, 2023


