প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক অৰ্জন কৰা বেডমিণ্টন দলটোক অভিনন্দন জ্ঞাপন কৰিছে।
এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
@srikidambi, @satwiksairaj, @buss_reddy, @lakshya_sen, @Shettychirag04, Treesa Jolly, Aakarshi Kashyap, @P9Ashwini, Gayatri Gopichand আৰু @Pvsindhu1 খেলুৱৈক লৈ গঠিত ভাৰতীয় বেডমিণ্টন দলক বাৰ্মিংহামত ৰূপৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছো। তেওঁলোকৰ কৃতিত্বৰ বাবে গৌৰৱান্বিত।"
"বেডমিণ্টন ভাৰতৰ আটাইতকৈ প্ৰিয় ক্ৰীড়াসমূহৰ ভিতৰত এটা। কমনৱেলথ গেমছত ৰূপৰ পদক জয়ে খেলখন আৰু অধিক জনপ্ৰিয় কৰাত সহায় কৰিব আৰু অনাগত সময়ত, ইয়াক অধিক লোকে বাছনি কৰিব।"
Badminton is among the most admired sports in India. The Silver medal in the CWG will go a long way in making the game even more popular and ensuring more people pursue it in the times to come. 🏸 pic.twitter.com/RypZ0r3Lca
— Narendra Modi (@narendramodi) August 3, 2022


