জীৱনত ৩৪ সংখ্যক বাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ১০৬ বছৰ বয়সীয়া শ্যাম চৰণ নেগীক ভূয়সী প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়:
“এয়া নিতান্তই প্ৰশংসনীয় কাৰ্য আৰু আমাৰ গণতান্ত্ৰক শক্তিসমৃদ্ধ কৰিবলৈ নিৰ্বাচনসমূহত অংশগ্ৰহণ কৰাৰ বাবে আমাৰ নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাব পৰা এক নিদৰ্শনো।”
This is commendable and should serve as an inspiration for the younger voters to take part in the elections and strengthen our democracy. https://t.co/J4LvuNo92x
— Narendra Modi (@narendramodi) November 2, 2022


