প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি-৬৪ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে উন্নী ৰেণুক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"পুৰুষৰ হাই জাম্প টি-৬৪ প্ৰতিযোগিতাত ব্ৰঞ্জ পদক জয়ৰ বাবে উন্নী ৰেণুক অভিনন্দন জনাইছোঁ। তেওঁৰ অধ্যৱসায় আৰু ব্যতিক্ৰমী প্ৰদৰ্শনে আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।"
Congratulations to Unni Renu for the much-deserved Bronze Medal win in the Men's High Jump T64 event. His perseverance and exceptional performance have brought pride to our nation. pic.twitter.com/JxkpnEmo2m
— Narendra Modi (@narendramodi) October 23, 2023


