ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে থিৰু চি পি ৰাধাকৃষ্ণনৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী ৰাধাকৃষ্ণনলৈ ৰাইজৰ সেৱাৰ হকে উৎসৰ্গিত, উপ-ৰাষ্ট্ৰপতি পদৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

“থিৰু চি পি ৰাধাকৃষ্ণন জীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰো। তেওঁ এগৰাকী নিষ্ঠাবান জনসেৱক, যিয়ে নিজৰ জীৱন ৰাষ্ট্ৰ নিৰ্মাণ, সমাজসেৱা আৰু গণতান্ত্ৰিক মূল্যবোধক শক্তিশালী কৰাৰ বাবে উৎসৰ্গা কৰিছে। ৰাইজৰ সেৱাৰ হকে উৎসৰ্গিত, উপ-ৰাষ্ট্ৰপতি পদৰ সফল কাৰ্যকালৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছো।

@VPIndia

@CPRGuv”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership