বিশ্ব চিন্তামগ্ন সময়তে ভাৰতে আশাৰ সঞ্চাৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে প্ৰতিটো খণ্ডতে, প্ৰতিটো ক্ষেত্ৰতে অভূতপূৰ্ব গতিৰে কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী
ভাৰত আজি এখন উন্নয়নশীল দেশ আৰু উদীয়মান শক্তি উভয়েঃ প্ৰধানমন্ত্ৰী
উচ্চ শিখৰত আৰোহণৰ সম্ভাৱনা থকা বিশ্বৰ অন্যতম দেশ ভাৰতঃ প্ৰধানমন্ত্ৰী
ভাৰত এতিয়া আগন্তুক চিন্তাৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ ১৪০ কোটি জনসাধাৰণে বিকশিত ভাৰতৰ সংকল্প গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণেৰে বিশ্বক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ নতুন পথ দেখুৱাইছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ডিজিটেল উদ্ভাৱন আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সহাৱস্থানক প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।
তেখেতে আলোকপাত কৰে যে ভাৰত বিশ্বৰ পৰিস্থিতি আৰু ইয়াৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰদ্বাৰা প্ৰভাৱিত হ’লেও ইয়াত ইতিবাচকতাৰ ভাৱ এটা আছে, যাক অনুভৱ কৰিব পাৰি।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।

 

বিগত ৪-৫ বছৰৰ পৰিক্ৰমাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভৱিষ্যতৰ উদ্বেগ সম্পৰ্কে আলোচনা এক উমৈহতীয়া বিষয় হৈ আহিছে। তেখেতে উল্লেখ কৰে যে ক’ভিড মহামাৰীৰ শেহতীয়া প্ৰত্যাহ্বান, ক’ভিডৰ পিছৰ অৰ্থনৈতিক চাপ, মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা, জলবায়ু পৰিৱৰ্তন, অব্যাহত যুদ্ধ, যোগান শৃংখলত ব্যাঘাত জন্মা, নিৰীহ লোকৰ মৃত্যু, ভূ-ৰাজনৈতিক উত্তেজনা আৰু সংঘাত সকলো বিশ্ব সন্মিলনত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সেই সময়তে ভাৰতত অব্যাহত আলোচনাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতে নিজৰ শতিকাৰ বিষয়ে আলোচনা কৰি আছে বুলি কয়। “বৈশ্বিক অশান্তিৰ এই যুগত ভাৰত আশাৰ ৰেঙণি হৈ পৰিছে। বিশ্ব চিন্তা মগ্ন সময়ত ভাৰতে আশাৰ সঞ্চাৰ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আলোকপাত কৰে যে ভাৰত বিশ্বৰ পৰিস্থিতি আৰু ইয়াৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰদ্বাৰা প্ৰভাৱিত হ’লেও ইয়াত ইতিবাচকতাৰ ভাৱ এটা আছে, যাক অনুভৱ কৰিব পাৰি।

 

“আজি ভাৰতে প্ৰতিটো খণ্ড আৰু ক্ষেত্ৰতে অভূতপূৰ্ব গতিৰে কাম কৰি আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। চৰকাৰৰ তৃতীয়টো কাৰ্য্যকালৰ ১২৫ দিন সম্পূৰ্ণ হোৱাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে দেশত কৰা কৰ্মৰাজিৰ কথা কয়। তেখেতে দৰিদ্ৰ লোকসকলৰ বাবে ৩ কোটি নতুন পকী ঘৰত চৰকাৰৰ অনুমোদন, ৯ লাখ কোটি টকা মূল্যৰ আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভ, ১৫ খন নতুন বন্দে ভাৰত ৰেলৰ ফ্লেগ-অফ, ৮ টা নতুন বিমানবন্দৰৰ আধাৰশিলা স্থাপন, যুৱক-যুৱতীসকলৰ বাবে ২ লাখ কোটি টকা মূল্যৰ পেকেজ আদিৰ কথা উল্লেখ কৰে। একেদৰে, কৃষক ৰাইজৰ বেংক একাউন্টলৈ ২১,০০০ কোটি টকা হস্তান্তৰ, ৭০-বছৰ-উৰ্ধ নাগৰিকৰ বাবে বিনামূলীয়া চিকিৎসা আঁচনি, প্ৰায় ৫ লাখ ঘৰৰ ছাদত সৌৰ উদ্যোগ স্থাপন, এক পেড় মা কে নাম অভিযানৰ অধীনত ৯০ কোটি গছপুলি ৰোপণ, চেনচেক্স আৰু নিফটি প্ৰায় ৫-৭ শতাংশ বৃদ্ধি আৰু ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ৭০০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ কথা কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ১২৫ দিনত ভাৰতত অনুষ্ঠিত বৈশ্বিক অনুষ্ঠানসমূহৰ কথাও উল্লেখেৰে আন্তঃৰাষ্ট্ৰীয় এছএমইউ, গ্ল’বেল ফিনটেক ফেষ্টিভেল, গ্ল’বেল ছেমিকণ্ডাক্টৰ ইক’চিষ্টেমৰ আলোচনা, নবীকৰণযোগ্য শক্তি আৰু অসামৰিক বিমান পৰিবহণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ কথা উল্লেখ কৰে। “এয়া কেৱল পৰিঘটনাৰ তালিকা নহয়, বৰঞ্চ ভাৰতৰ সৈতে জড়িত আশাৰ তালিকা যিয়ে দেশৰ দিশ আৰু বিশ্বৰ আশাক দেখুৱাইছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে আৰু কয় যে এইসমূহ এনে এক বিষয় যিয়ে বিশ্বৰ ভৱিষ্যৎ গঢ় দিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তৃতীয়টো কাৰ্য্যকালত ভাৰতৰ বৃদ্ধি ইমানেই ত্বৰান্বিত হৈছে যে বহু ৰেটিং এজেন্সীয়ে বৃদ্ধিৰ পূৰ্বাভাস বৃদ্ধি কৰিছে। তেখেতে মাৰ্ক মবিয়াছৰ দৰে বিশেষজ্ঞৰ উৎসাহৰ কথাও উল্লেখ কৰে, যিয়ে বৈশ্বিক ফাণ্ডসমূহক ভাৰতৰ শ্বেয়াৰ বজাৰত নিজৰ ধনৰ কমেও ৫০% বিনিয়োগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। “যেতিয়া এনে অভিজ্ঞ বিশেষজ্ঞসকলে ভাৰতত বৃহৎ বিনিয়োগৰ পোষকতা কৰে, তেতিয়া এনে কাৰ্য্যই আমাৰ সম্ভাৱনাৰ বিষয়ে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে”, তেখেতে লগতে কয়।

“আজিৰ ভাৰত এখনি উন্নয়নশীল ৰাষ্ট্ৰ আৰু উদীয়মান শক্তি উভয়ে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে ভাৰতে দৰিদ্ৰতাৰ প্ৰত্যাহ্বানসমূহ বুজি পায় আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰিব জানে। তেখেতে চৰকাৰে দ্ৰুতগতিত অব্যাহত ৰখা নীতি-নিৰ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া আৰু নতুন সংস্কাৰ সাধনৰ ওপৰত আলোকপাত কৰে। আত্মতুষ্টিৰ বিষয়টোৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে মানসিকতাই কোনো এখন ৰাষ্ট্ৰকেই আগুৱাই নিব নোৱাৰে। তেখেতে কয় যে বিগত ১০ বছৰত ২৫ কোটি লোকে দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্তি লাভ কৰিছে আৰু ১২ কোটি শৌচাগাৰ নিৰ্মাণ কৰা হৈছে তথা ১৬ কোটি গেছ সংযোগৰ ব্যৱস্থা কৰা হৈছে, কিন্তু সেয়াই যথেষ্ট নহয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিগত ১০ বছৰত ভাৰতে ৩৫০ খনৰো অধিক চিকিৎসা মহাবিদ্যালয় আৰু ১৫ খনৰো অধিক এইমছ স্থাপন তথা ১.৫ লাখৰো অধিক ষ্টাৰ্টআপ স্থাপনেৰে ৮ কোটি যুৱক-যুৱতীক মুদ্ৰা ঋণ প্ৰদান কৰিছে। “এয়াই যথেষ্ট নহয়”, ভাৰতৰ যুৱক-যুৱতীসকলৰ নিৰন্তৰ অগ্ৰগতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে কয় যে বিশ্বৰ অন্যতম কনিষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ সম্ভাৱনাই আমাক বহু শিখৰলৈ নিব পাৰে তথা দ্ৰুত আৰু দক্ষতাৰে আমাৰ হাতত বহুখিনি সাধন কৰিবলগীয়া কাৰ্য্য আছে।

ৰাষ্ট্ৰখনৰ মানসিকতাৰ পৰিৱৰ্তন সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰসমূহে প্ৰায়ে নিজৰ কৃতিত্বক পূৰ্বৰ প্ৰশাসনৰ সৈতে তুলনা কৰে, ১০-১৫ বছৰ পিছলৈ ঘূৰি চাই সেইসমূহক অতিক্ৰম কৰাটোক সফলতা বুলি বিবেচনা কৰে। তেখেতে কয় যে ভাৰতে এই পন্থা সলনি কৰিছে আৰু সফলতা এতিয়া কৃতিত্বৰদ্বাৰা নহয়, ভৱিষ্যতৰ অভিমুখে গতিপথৰ দ্বাৰাহে পৰিমাপ কৰিব পাৰি। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ আগন্তুক দৃষ্টিভংগী সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কয় যে ভাৰত এতিয়া ভৱিষ্যতকেন্দ্ৰিক দৃষ্টিভংগীৰে আগবাঢ়িছে। “২০৪৭ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ আমাৰ লক্ষ্য কেৱল চৰকাৰৰ দৃষ্টিভংগীয়েই নহয়, বৰঞ্চ এই লক্ষ্যই ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাকে প্ৰতিফলিত কৰে। ই এতিয়া কেৱল জনসাধাৰণৰ অংশগ্ৰহণৰ অভিযান নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় আস্থাৰ আন্দোলনহে”, শ্ৰী মোদীয়ে কয়। তেখেতে উল্লেখ কৰে যে চৰকাৰে এখনি বিকশিত ভাৰতৰ বাবে কাম আৰম্ভৰ সময়ত লাখ-লাখ নাগৰিকে তেওঁলোকৰ পৰামৰ্শেৰে বৰঙণি আগবঢ়াইছিল। তেখেতে অৱগত কৰে যে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু ভিন্ন অনুষ্ঠানত বিতৰ্ক আৰু আলোচনা অনুষ্ঠিত হৈছিল আৰু এই ইনপুটসমূহৰ ভিত্তিত চৰকাৰে আগন্তুক ২৫ বছৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। “আজি বিকশিত ভাৰত সন্দৰ্ভত আলোচনা আমাৰ ৰাষ্ট্ৰীয় চেতনাৰেই অংশ আৰু ৰাজহুৱা শক্তিক ৰাষ্ট্ৰীয় শক্তিলৈ ৰূপান্তৰিতকৰণৰ এক নিদৰ্শন হৈ পৰিছে”, তেখেতে লগতে কয়।

এআইৰ কথা কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া এআইৰ যুগ আৰু বিশ্বৰ বৰ্তমান তথা ভৱিষ্যৎ এআইৰ সৈতে জড়িত। শ্ৰী মোদীয়ে কয় যে যেতিয়া আকাংক্ষিত ভাৰত আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি একত্ৰিত হয়, তেতিয়া উন্নয়নৰ গতি দ্ৰুত হোৱাটো স্বাভাৱিক। শ্ৰী মোদীয়ে আলোকপাত কৰে যে কৃত্ৰিম বুদ্ধিমত্তা কেৱল ভাৰতৰ বাবে এক প্ৰযুক্তিয়েই নহয়, বৰঞ্চ ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ দুৱাৰমুখ। তেখেতে এইবাৰ ভাৰত এআই মিছন আৰম্ভৰ কথা উল্লেখেৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু ষ্টাৰ্ট-আপৰ দৰে ভিন্ন খণ্ডত এআইৰ ব্যৱহাৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। “ভাৰত বিশ্বমানৰ এআই সমাধান প্ৰদানৰ বাবে অংগীকাৰবদ্ধ আৰু কোৱাডৰ দৰে প্লেটফৰ্মৰ জৰিয়তে আমি ইয়াক আগুৱাই নিবলৈ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছোঁ”, তেখেতে কয়। আকাংক্ষিত ভাৰতৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মধ্যবিত্ত শ্ৰেণী, সাধাৰণ নাগৰিক, ক্ষুদ্ৰ ব্যৱসায়ী, এমএছএমই, যুৱক-যুৱতী আৰু নাৰী সবলীকৰণ চৰকাৰৰ নীতি-নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ মূল কথা হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগাযোগৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতি ৰাষ্ট্ৰীয় আকাংক্ষা পূৰণৰ এক প্ৰধান উপাদান হিচাপে আঙুলিয়াই দি কয় যে চৰকাৰে দ্ৰুত, সৰ্বাংগীন ‘ফিজিকেল’ সংযোগত গুৰুত্ব আৰোপ কৰিছে, যি উন্নয়নশীল সমাজৰ বাবে অতিশয় প্ৰয়োজনীয়, বিশেষকৈ ভাৰতৰ দৰে বিশাল আৰু বৈচিত্ৰ্যময় দেশ এখনত ইয়াৰ প্ৰয়োজনীয়তা অধিক। ইয়াৰ বাবেই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিমান যাত্ৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সুলভ মূল্যৰ বিমান যাত্ৰাৰ দৃষ্টিভংগীক স্মৰণেৰে তেখেতে কয় যে ‘হাৱাই চেণ্ডেল’ পিন্ধাসকলে বিমান যাত্ৰাৰ ব্যয় বহন কৰিব পাৰিব লাগে আৰু ৮ বছৰে কাৰ্য্যক্ষম উড়ান আঁচনিৰ কথা উল্লেখ কৰে। তেখেতে কয় যে টায়াৰ-২ আৰু টায়াৰ-৩ চহৰত নতুন বিমানবন্দৰ নেটৱৰ্কে জনসাধাৰণৰ বাবে বিমান যাত্ৰাক সুলভ কৰি তুলিছে। উড়ান আঁচনিৰ সফলতাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উড়ানৰ অধীনত প্ৰায় ৩ লাখ বিমানে চলাচল কৰিছে, য’ত এতিয়ালৈকে ১.৫ কোটি সাধাৰণ নাগৰিকে যাত্ৰা কৰিছে। তেখেতে আৰু কয় যে এই পদক্ষেপৰ অধীনত ৬০০ৰো অধিক পথ আছে, যিয়ে বেছিভাগেই সৰু চহৰসমূহক সংযোগ কৰে। তেখেতে আঙুলিয়াই দিয়ে যে ২০১৪ত প্ৰায় ৭০টা বিমানবন্দৰৰ তুলনাত ভাৰতত বিমানবন্দৰৰ সংখ্যা ১৫০ৰো অধিক হৈছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্বৰ বিকাশৰ চালিকা শক্তি হিচাপে সবলীকৰণৰ অৰ্থে চৰকাৰৰ দায়বদ্ধতাত গুৰুত্ব আৰোপেৰে শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু নিয়োগত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি কয়। তেখেতে কয় যে বিগত ১০ বছৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ ফলাফল এতিয়া দৃশ্যমান হৈছে আৰু শেহতীয়াকৈ টাইমছ হায়াৰ এডুকেচন ৰেংকিঙত প্ৰতিফলিত হোৱা গৱেষণাৰ মানদণ্ডৰ ক্ষেত্ৰত বিশ্বজুৰি ভাৰতৰ সৰ্বাধিক অগ্ৰগতিৰ কথা উল্লেখ কৰে। তেখেতে উল্লেখ কৰে যে বিগত ৮–৯ বছৰত আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ অংশগ্ৰহণ ৩০ৰ পৰা ১০০ৰো অধিকলৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে ভাৰতত দাখিল কৰা পেটেন্ট আৰু ট্ৰেডমাৰ্কৰ পৰিসংখ্যা সৰ্বকালৰ সৰ্বোচ্চ স্তৰত থকাৰ সমান্তৰালকৈ যোৱা দহ বছৰত কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত ভাৰতৰ উপস্থিতি ৩০০%ৰো অধিক বৃদ্ধি পাইছে। তেখেতে কয় যে ভাৰত দ্ৰুতগতিত গৱেষণা আৰু উন্নয়নৰ এক বৈশ্বিক কেন্দ্ৰত পৰিণত হৈছে, য’ত বিশ্বৰ ২৫০০ৰো অধিক কোম্পানীয়ে এতিয়া ভাৰতত গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে আৰু দেশখনৰ ষ্টাৰ্টআপ বাতাবৰণৰ অভূতপূৰ্ব বৃদ্ধি ঘটিছে।

বিশ্বাসযোগ্য বন্ধু হিচাপে ভাৰতৰ বৰ্ধিত বৈশ্বিক প্ৰাধান্যৰ ওপৰত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতে কেইবাটাও ক্ষেত্ৰত বিশ্বৰ ভৱিষ্যতক দিশ প্ৰদানৰ ক্ষেত্ৰত আগভাগ লৈছে। ক’ভিড-১৯ মহামাৰীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতে অত্যাৱশ্যকীয় ঔষধ আৰু ভেকচিনৰ ক্ষমতাৰপৰা লাখ-লাখ টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন। “ইয়াৰ জৰিয়তে ভাৰত লাভান্বিত হ’লহেঁতেন, কিন্তু মানৱতা হেৰাই গ’লহেঁতেন। এইবোৰ আমাৰ মূল্যবোধ নহয়। আমি এই প্ৰত্যাহ্বানমূলক সময়ত শ-শ দেশক ঔষধ আৰু জীৱন ৰক্ষাকাৰী ভেকচিন যোগান ধৰিছিলোঁ।“ তেখেতে লগতে কয়, “মই সন্তুষ্ট যে ভাৰতে কঠিন মুহূৰ্তত বিশ্বক সহায় কৰিবলৈ সক্ষম হৈছিল।” শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক গঢ়ি তোলাৰ দিশত ভাৰতৰ দায়বদ্ধতাক অধিক সুদৃঢ়কৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সম্পৰ্কৰ ভেটি হৈছে বিশ্বাস আৰু নিৰ্ভৰযোগ্যতা। বিশ্বয়ো এই কথা বুজি পাইছে। বিশ্বৰ বাকী অংশৰ সৈতে ভাৰতৰ সুসম সম্পৰ্কৰ কথা উল্লেখৰে শ্ৰী মোদীয়ে কয়, “ভাৰত এনে এখন দেশ যাৰ প্ৰগতিৰ বাবে আনে ঈৰ্ষা নকৰে। আমাৰ প্ৰগতিৰ বাবে বিশ্বখন আনন্দিত হয়, কাৰণ ইয়াৰদ্বাৰা সমগ্ৰ বিশ্বই লাভৱান হয়।” বিশ্বলৈ ভাৰতৰ চহকী অৱদানৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বিগত সময়ছোৱাত ভাৰতে বিশ্বৰ বিকাশৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰি আহিছে, লগতে কয় যে ইয়াৰ ধাৰণা, উদ্ভাৱন আৰু সামগ্ৰীয়ে যুগ-যুগ ধৰি বিশ্বত এক সুনিৰ্দিষ্ট স্থান গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ঔপনিৱেশিকৰণৰ বাবে ভাৰতে উদ্যোগ বিপ্লৱৰ সুবিধা ল’ব নোৱাৰিলে। “এয়া উদ্যোগ ৪.০ৰ যুগ। ভাৰত এতিয়া দাস নহয়। আমি স্বাধীনতা লাভৰ ৭৫ বছৰ হ’ল, আৰু সেয়েহে, এতিয়া আমি দৃঢ়তাৰে সাজু হৈছোঁ”, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে উদ্যোগ ৪.০ৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত দ্ৰুতগতিত কাম কৰি আছে। তেখেতে উল্লেখ কৰে যে বিগত দশকত তেখেতে জি-২০ আৰু জি-৭ সন্মিলনকে প্ৰমুখ্য কৰি ভিন্ন বৈশ্বিক মঞ্চত অংশগ্ৰহণ কৰি আহিছে। ইয়াত ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিষয়ে গভীৰ আলোচনা হৈছে। আধাৰ আৰু ডিজিলকাৰৰ দৰে ভাৰতৰ উদ্ভাৱনক প্ৰশংসা কৰা পল ৰোমাৰৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখেৰে তেখেতে কয় যে আজি সমগ্ৰ বিশ্বই ভাৰতৰ ডিপিআইক চাইছে। তেখেতে কয় যে ভাৰতে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণেৰে বিশ্বক এক নতুন আৰ্হি প্ৰদান কৰিছে আৰু জেএএম ত্ৰিনিটি—জন ধন, আধাৰ আৰু ম’বাইলৰ ওপৰত আলোকপাত কৰে, যিয়ে দ্ৰুত আৰু লিকেজমুক্ত সেৱা প্ৰদানৰ বাবে এক শক্তিশালী ব্যৱস্থা প্ৰশস্ত কৰিছে। তেখেতে ইউপিআয়ে দৈনিক ৫০ কোটিৰো অধিক ডিজিটেল লেনদেনৰ সুবিধা প্ৰদানৰ কথাও স্পৰ্শেৰে কয় যে ইয়াৰ আঁৰৰ চালিকা শক্তি নিগম নহয়, বৰঞ্চ আমাৰ ক্ষুদ্ৰ দোকানী আৰু ৰাজপথৰ বিক্ৰেতাসকলহে। তেখেতে আন্তঃগাঁথনি প্ৰকল্প নিৰ্মাণত প্ৰত্যাহ্বান নিৰ্মূলকৰণৰ অৰ্থে স্থাপন কৰা পিএম গতি শক্তি মঞ্চৰ কথাও উল্লেখ কৰে, যিয়ে এতিয়া লজিষ্টিক বাতাবৰণক ৰূপান্তৰিতকৰণত সহায় কৰিছে। একেদৰে অ’এনডিচি মঞ্চ অনলাইন খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত গণতান্ত্ৰিকতা আৰু স্বচ্ছতা বৃদ্ধি কৰা এক উদ্ভাৱন হিচাপে প্ৰমাণিত হৈছে। শ্ৰী মোদীয়ে কয় কয় যে ভাৰতে ডিজিটেল উদ্ভাৱন আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধেৰে সহাৱস্থান কৰিব পাৰে বুলি প্ৰদৰ্শন কৰিছে আৰু প্ৰযুক্তি নিয়ন্ত্ৰণ তথা বিভাজনৰ পৰিৱৰ্তে অন্তৰ্ভুক্তি, স্বচ্ছতা আৰু সবলীকৰণৰ আহিলা বুলি ধাৰণাটোক সুদৃঢ় কৰি তুলিছে।

 

শ্ৰী মোদীয়ে আজিৰ যুগৰ জৰুৰী প্ৰয়োজনীয়তাসমূহত গুৰুত্ব আৰোপেৰে একবিংশ শতিকা মানৱ ইতিহাসৰ আটাইতকৈ উল্লেখযোগ্য সময় বুলি উল্লেখ কৰে। সুস্থিৰতা, বহনক্ষমতা আৰু সমাধানক সময়ৰ আহ্বান বুলি কয়। তেখেতে উল্লেখ কৰে যে এই উপাদানসমূহ মানৱতাৰ উন্নত ভৱিষ্যতৰ বাবে অপৰিহাৰ্য্য, ভাৰতে ইয়াৰ সমাধানৰ বাবে চেষ্টা কৰিছে। ভাৰতীয় জনসাধাৰণৰ অদম্য সমৰ্থনৰ কথা উল্লেখেৰে তেখেতে কয় যে জনসাধাৰণে শেহতীয়াকৈ হাৰিয়ানাত হোৱা নিৰ্বাচনত ছয় দশকৰ ভিতৰত পোন-প্ৰথমবাৰৰ বাবে সুস্থিৰতাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণেৰে একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ এখনক নিজৰ কাৰ্য্যভাৰ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তনৰ বিশ্ব সংকটৰ ওপৰত আলোকপাতেৰে কয় যে ই সমগ্ৰ মানৱ জাতিয়ে সন্মুখীন হোৱা সংকট। বিশ্ব জলবায়ু প্ৰত্যাহ্বানৰ ক্ষেত্ৰত ভাৰতৰ ন্যূনতম অৱদান থকাৰ পিছতো দেশখনে ইয়াৰে মোকাবিলাকৰণত আগভাগ লৈছে বুলিও তেখেতে কয়। শ্ৰী মোদীয়ে ব্যাখ্যা কৰে যে চৰকাৰে সেউজ পৰিৱৰ্তনক বিকাশৰ মূল চালক হিচাপে গঢ়ি তুলিছে আৰু লগতে কয় যে ভাৰতৰ উন্নয়ন পৰিকল্পনাৰ মূলতে আছে বহনক্ষমতা। এই প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰি পিএম সূৰ্য্যঘৰ মুফ্ট বিজুলী আঁচনি আৰু কৃষিৰ বাবে সৌৰ পাম্প আঁচনি, ইভি বিপ্লৱ, ইথানল ব্লেণ্ডিং কাৰ্য্যসূচী, বৃহৎ বায়ু শক্তি পাম, এলইডি লাইট অভিযান, সৌৰ চালিত বিমানবন্দৰ আৰু বাঅ’গেছ প্লান্টৰ কথা উল্লেখ কৰে। তেখেতে আৰু কয় যে প্ৰতিটো কাৰ্য্যসূচীয়ে এটি সেউজ ভৱিষ্যৎ আৰু সেউজ নিয়োগৰ প্ৰতি থকা দৃঢ় দায়বদ্ধতাক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে সুস্থিৰতা আৰু বহনক্ষমতাৰ সমান্তৰালভাৱে ভাৰতে বৈশ্বিক প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ অৰ্থে সমাধান প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। তেখেতে কয় যে বিগত দশকত ভাৰতে এই প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাকৰণৰ বাবে অপৰিহাৰ্য্য অসংখ্য পদক্ষেপ গ্ৰহণ কৰিছে, য’ত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট, ভাৰত-মধ্যপ্ৰাচ্য অৰ্থনৈতিক কৰিডৰ, গ্ল’বেল বাঅ’ফুৱেল এলায়েন্সৰ লগতে যোগ, আয়ুৰ্বেদ, মিছন লাইফ আৰু মিছন বাজৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে। “এই সকলোবোৰ পদক্ষেপে বিশ্বৰ জৰুৰী সমস্যাসমূহৰ সমাধান বিচাৰি ভাৰতৰ দায়বদ্ধতাক প্ৰতিনিধিত্ব কৰে”, তেখেতে কয়।

 

ভাৰতৰ বিকাশৰ বাবে গৌৰৱ প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰত আগবাঢ়ি যোৱাৰ লগে-লগে বিশ্বখন অধিক লাভৱান হ’ব।“ তেখেতে এনে এটি ভৱিষ্যতৰ কল্পনা কৰিছে, য’ত ভাৰতৰ শতিকাটো সকলো মানৱতাৰ বাবে উপযোগী হৈ পৰিব। শ্ৰী মোদীয়ে বিশ্বৰ সুস্থিৰতা আৰু শান্তিক প্ৰোৎসাহনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰ তাৎপৰ্য্যত গুৰুত্ব আৰোপেৰে ভাষণৰ সামৰণি মাৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Will walk shoulder to shoulder': PM Modi pushes 'Make in India, Partner with India' at Russia-India forum

Media Coverage

'Will walk shoulder to shoulder': PM Modi pushes 'Make in India, Partner with India' at Russia-India forum
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, India is becoming the key growth engine of the global economy: PM Modi
December 06, 2025
India is brimming with confidence: PM
In a world of slowdown, mistrust and fragmentation, India brings growth, trust and acts as a bridge-builder: PM
Today, India is becoming the key growth engine of the global economy: PM
India's Nari Shakti is doing wonders, Our daughters are excelling in every field today: PM
Our pace is constant, Our direction is consistent, Our intent is always Nation First: PM
Every sector today is shedding the old colonial mindset and aiming for new achievements with pride: PM

आप सभी को नमस्कार।

यहां हिंदुस्तान टाइम्स समिट में देश-विदेश से अनेक गणमान्य अतिथि उपस्थित हैं। मैं आयोजकों और जितने साथियों ने अपने विचार रखें, आप सभी का अभिनंदन करता हूं। अभी शोभना जी ने दो बातें बताई, जिसको मैंने नोटिस किया, एक तो उन्होंने कहा कि मोदी जी पिछली बार आए थे, तो ये सुझाव दिया था। इस देश में मीडिया हाउस को काम बताने की हिम्मत कोई नहीं कर सकता। लेकिन मैंने की थी, और मेरे लिए खुशी की बात है कि शोभना जी और उनकी टीम ने बड़े चाव से इस काम को किया। और देश को, जब मैं अभी प्रदर्शनी देखके आया, मैं सबसे आग्रह करूंगा कि इसको जरूर देखिए। इन फोटोग्राफर साथियों ने इस, पल को ऐसे पकड़ा है कि पल को अमर बना दिया है। दूसरी बात उन्होंने कही और वो भी जरा मैं शब्दों को जैसे मैं समझ रहा हूं, उन्होंने कहा कि आप आगे भी, एक तो ये कह सकती थी, कि आप आगे भी देश की सेवा करते रहिए, लेकिन हिंदुस्तान टाइम्स ये कहे, आप आगे भी ऐसे ही सेवा करते रहिए, मैं इसके लिए भी विशेष रूप से आभार व्यक्त करता हूं।

साथियों,

इस बार समिट की थीम है- Transforming Tomorrow. मैं समझता हूं जिस हिंदुस्तान अखबार का 101 साल का इतिहास है, जिस अखबार पर महात्मा गांधी जी, मदन मोहन मालवीय जी, घनश्यामदास बिड़ला जी, ऐसे अनगिनत महापुरूषों का आशीर्वाद रहा, वो अखबार जब Transforming Tomorrow की चर्चा करता है, तो देश को ये भरोसा मिलता है कि भारत में हो रहा परिवर्तन केवल संभावनाओं की बात नहीं है, बल्कि ये बदलते हुए जीवन, बदलती हुई सोच और बदलती हुई दिशा की सच्ची गाथा है।

साथियों,

आज हमारे संविधान के मुख्य शिल्पी, डॉक्टर बाबा साहेब आंबेडकर जी का महापरिनिर्वाण दिवस भी है। मैं सभी भारतीयों की तरफ से उन्हें श्रद्धांजलि अर्पित करता हूं।

Friends,

आज हम उस मुकाम पर खड़े हैं, जब 21वीं सदी का एक चौथाई हिस्सा बीत चुका है। इन 25 सालों में दुनिया ने कई उतार-चढ़ाव देखे हैं। फाइनेंशियल क्राइसिस देखी हैं, ग्लोबल पेंडेमिक देखी हैं, टेक्नोलॉजी से जुड़े डिसरप्शन्स देखे हैं, हमने बिखरती हुई दुनिया भी देखी है, Wars भी देख रहे हैं। ये सारी स्थितियां किसी न किसी रूप में दुनिया को चैलेंज कर रही हैं। आज दुनिया अनिश्चितताओं से भरी हुई है। लेकिन अनिश्चितताओं से भरे इस दौर में हमारा भारत एक अलग ही लीग में दिख रहा है, भारत आत्मविश्वास से भरा हुआ है। जब दुनिया में slowdown की बात होती है, तब भारत growth की कहानी लिखता है। जब दुनिया में trust का crisis दिखता है, तब भारत trust का pillar बन रहा है। जब दुनिया fragmentation की तरफ जा रही है, तब भारत bridge-builder बन रहा है।

साथियों,

अभी कुछ दिन पहले भारत में Quarter-2 के जीडीपी फिगर्स आए हैं। Eight परसेंट से ज्यादा की ग्रोथ रेट हमारी प्रगति की नई गति का प्रतिबिंब है।

साथियों,

ये एक सिर्फ नंबर नहीं है, ये strong macro-economic signal है। ये संदेश है कि भारत आज ग्लोबल इकोनॉमी का ग्रोथ ड्राइवर बन रहा है। और हमारे ये आंकड़े तब हैं, जब ग्लोबल ग्रोथ 3 प्रतिशत के आसपास है। G-7 की इकोनमीज औसतन डेढ़ परसेंट के आसपास हैं, 1.5 परसेंट। इन परिस्थितियों में भारत high growth और low inflation का मॉडल बना हुआ है। एक समय था, जब हमारे देश में खास करके इकोनॉमिस्ट high Inflation को लेकर चिंता जताते थे। आज वही Inflation Low होने की बात करते हैं।

साथियों,

भारत की ये उपलब्धियां सामान्य बात नहीं है। ये सिर्फ आंकड़ों की बात नहीं है, ये एक फंडामेंटल चेंज है, जो बीते दशक में भारत लेकर आया है। ये फंडामेंटल चेंज रज़ीलियन्स का है, ये चेंज समस्याओं के समाधान की प्रवृत्ति का है, ये चेंज आशंकाओं के बादलों को हटाकर, आकांक्षाओं के विस्तार का है, और इसी वजह से आज का भारत खुद भी ट्रांसफॉर्म हो रहा है, और आने वाले कल को भी ट्रांसफॉर्म कर रहा है।

साथियों,

आज जब हम यहां transforming tomorrow की चर्चा कर रहे हैं, हमें ये भी समझना होगा कि ट्रांसफॉर्मेशन का जो विश्वास पैदा हुआ है, उसका आधार वर्तमान में हो रहे कार्यों की, आज हो रहे कार्यों की एक मजबूत नींव है। आज के Reform और आज की Performance, हमारे कल के Transformation का रास्ता बना रहे हैं। मैं आपको एक उदाहरण दूंगा कि हम किस सोच के साथ काम कर रहे हैं।

साथियों,

आप भी जानते हैं कि भारत के सामर्थ्य का एक बड़ा हिस्सा एक लंबे समय तक untapped रहा है। जब देश के इस untapped potential को ज्यादा से ज्यादा अवसर मिलेंगे, जब वो पूरी ऊर्जा के साथ, बिना किसी रुकावट के देश के विकास में भागीदार बनेंगे, तो देश का कायाकल्प होना तय है। आप सोचिए, हमारा पूर्वी भारत, हमारा नॉर्थ ईस्ट, हमारे गांव, हमारे टीयर टू और टीय़र थ्री सिटीज, हमारे देश की नारीशक्ति, भारत की इनोवेटिव यूथ पावर, भारत की सामुद्रिक शक्ति, ब्लू इकोनॉमी, भारत का स्पेस सेक्टर, कितना कुछ है, जिसके फुल पोटेंशियल का इस्तेमाल पहले के दशकों में हो ही नहीं पाया। अब आज भारत इन Untapped पोटेंशियल को Tap करने के विजन के साथ आगे बढ़ रहा है। आज पूर्वी भारत में आधुनिक इंफ्रास्ट्रक्चर, कनेक्टिविटी और इंडस्ट्री पर अभूतपूर्व निवेश हो रहा है। आज हमारे गांव, हमारे छोटे शहर भी आधुनिक सुविधाओं से लैस हो रहे हैं। हमारे छोटे शहर, Startups और MSMEs के नए केंद्र बन रहे हैं। हमारे गाँवों में किसान FPO बनाकर सीधे market से जुड़ें, और कुछ तो FPO’s ग्लोबल मार्केट से जुड़ रहे हैं।

साथियों,

भारत की नारीशक्ति तो आज कमाल कर रही हैं। हमारी बेटियां आज हर फील्ड में छा रही हैं। ये ट्रांसफॉर्मेशन अब सिर्फ महिला सशक्तिकरण तक सीमित नहीं है, ये समाज की सोच और सामर्थ्य, दोनों को transform कर रहा है।

साथियों,

जब नए अवसर बनते हैं, जब रुकावटें हटती हैं, तो आसमान में उड़ने के लिए नए पंख भी लग जाते हैं। इसका एक उदाहरण भारत का स्पेस सेक्टर भी है। पहले स्पेस सेक्टर सरकारी नियंत्रण में ही था। लेकिन हमने स्पेस सेक्टर में रिफॉर्म किया, उसे प्राइवेट सेक्टर के लिए Open किया, और इसके नतीजे आज देश देख रहा है। अभी 10-11 दिन पहले मैंने हैदराबाद में Skyroot के Infinity Campus का उद्घाटन किया है। Skyroot भारत की प्राइवेट स्पेस कंपनी है। ये कंपनी हर महीने एक रॉकेट बनाने की क्षमता पर काम कर रही है। ये कंपनी, flight-ready विक्रम-वन बना रही है। सरकार ने प्लेटफॉर्म दिया, और भारत का नौजवान उस पर नया भविष्य बना रहा है, और यही तो असली ट्रांसफॉर्मेशन है।

साथियों,

भारत में आए एक और बदलाव की चर्चा मैं यहां करना ज़रूरी समझता हूं। एक समय था, जब भारत में रिफॉर्म्स, रिएक्शनरी होते थे। यानि बड़े निर्णयों के पीछे या तो कोई राजनीतिक स्वार्थ होता था या फिर किसी क्राइसिस को मैनेज करना होता था। लेकिन आज नेशनल गोल्स को देखते हुए रिफॉर्म्स होते हैं, टारगेट तय है। आप देखिए, देश के हर सेक्टर में कुछ ना कुछ बेहतर हो रहा है, हमारी गति Constant है, हमारी Direction Consistent है, और हमारा intent, Nation First का है। 2025 का तो ये पूरा साल ऐसे ही रिफॉर्म्स का साल रहा है। सबसे बड़ा रिफॉर्म नेक्स्ट जेनरेशन जीएसटी का था। और इन रिफॉर्म्स का असर क्या हुआ, वो सारे देश ने देखा है। इसी साल डायरेक्ट टैक्स सिस्टम में भी बहुत बड़ा रिफॉर्म हुआ है। 12 लाख रुपए तक की इनकम पर ज़ीरो टैक्स, ये एक ऐसा कदम रहा, जिसके बारे में एक दशक पहले तक सोचना भी असंभव था।

साथियों,

Reform के इसी सिलसिले को आगे बढ़ाते हुए, अभी तीन-चार दिन पहले ही Small Company की डेफिनीशन में बदलाव किया गया है। इससे हजारों कंपनियाँ अब आसान नियमों, तेज़ प्रक्रियाओं और बेहतर सुविधाओं के दायरे में आ गई हैं। हमने करीब 200 प्रोडक्ट कैटगरीज़ को mandatory क्वालिटी कंट्रोल ऑर्डर से बाहर भी कर दिया गया है।

साथियों,

आज के भारत की ये यात्रा, सिर्फ विकास की नहीं है। ये सोच में बदलाव की भी यात्रा है, ये मनोवैज्ञानिक पुनर्जागरण, साइकोलॉजिकल रेनसां की भी यात्रा है। आप भी जानते हैं, कोई भी देश बिना आत्मविश्वास के आगे नहीं बढ़ सकता। दुर्भाग्य से लंबी गुलामी ने भारत के इसी आत्मविश्वास को हिला दिया था। और इसकी वजह थी, गुलामी की मानसिकता। गुलामी की ये मानसिकता, विकसित भारत के लक्ष्य की प्राप्ति में एक बहुत बड़ी रुकावट है। और इसलिए, आज का भारत गुलामी की मानसिकता से मुक्ति पाने के लिए काम कर रहा है।

साथियों,

अंग्रेज़ों को अच्छी तरह से पता था कि भारत पर लंबे समय तक राज करना है, तो उन्हें भारतीयों से उनके आत्मविश्वास को छीनना होगा, भारतीयों में हीन भावना का संचार करना होगा। और उस दौर में अंग्रेजों ने यही किया भी। इसलिए, भारतीय पारिवारिक संरचना को दकियानूसी बताया गया, भारतीय पोशाक को Unprofessional करार दिया गया, भारतीय त्योहार-संस्कृति को Irrational कहा गया, योग-आयुर्वेद को Unscientific बता दिया गया, भारतीय अविष्कारों का उपहास उड़ाया गया और ये बातें कई-कई दशकों तक लगातार दोहराई गई, पीढ़ी दर पीढ़ी ये चलता गया, वही पढ़ा, वही पढ़ाया गया। और ऐसे ही भारतीयों का आत्मविश्वास चकनाचूर हो गया।

साथियों,

गुलामी की इस मानसिकता का कितना व्यापक असर हुआ है, मैं इसके कुछ उदाहरण आपको देना चाहता हूं। आज भारत, दुनिया की सबसे तेज़ी से ग्रो करने वाली मेजर इकॉनॉमी है, कोई भारत को ग्लोबल ग्रोथ इंजन बताता है, कोई, Global powerhouse कहता है, एक से बढ़कर एक बातें आज हो रही हैं।

लेकिन साथियों,

आज भारत की जो तेज़ ग्रोथ हो रही है, क्या कहीं पर आपने पढ़ा? क्या कहीं पर आपने सुना? इसको कोई, हिंदू रेट ऑफ ग्रोथ कहता है क्या? दुनिया की तेज इकॉनमी, तेज ग्रोथ, कोई कहता है क्या? हिंदू रेट ऑफ ग्रोथ कब कहा गया? जब भारत, दो-तीन परसेंट की ग्रोथ के लिए तरस गया था। आपको क्या लगता है, किसी देश की इकोनॉमिक ग्रोथ को उसमें रहने वाले लोगों की आस्था से जोड़ना, उनकी पहचान से जोड़ना, क्या ये अनायास ही हुआ होगा क्या? जी नहीं, ये गुलामी की मानसिकता का प्रतिबिंब था। एक पूरे समाज, एक पूरी परंपरा को, अन-प्रोडक्टिविटी का, गरीबी का पर्याय बना दिया गया। यानी ये सिद्ध करने का प्रयास किया गया कि, भारत की धीमी विकास दर का कारण, हमारी हिंदू सभ्यता और हिंदू संस्कृति है। और हद देखिए, आज जो तथाकथित बुद्धिजीवी हर चीज में, हर बात में सांप्रदायिकता खोजते रहते हैं, उनको हिंदू रेट ऑफ ग्रोथ में सांप्रदायिकता नज़र नहीं आई। ये टर्म, उनके दौर में किताबों का, रिसर्च पेपर्स का हिस्सा बना दिया गया।

साथियों,

गुलामी की मानसिकता ने भारत में मैन्युफेक्चरिंग इकोसिस्टम को कैसे तबाह कर दिया, और हम इसको कैसे रिवाइव कर रहे हैं, मैं इसके भी कुछ उदाहरण दूंगा। भारत गुलामी के कालखंड में भी अस्त्र-शस्त्र का एक बड़ा निर्माता था। हमारे यहां ऑर्डिनेंस फैक्ट्रीज़ का एक सशक्त नेटवर्क था। भारत से हथियार निर्यात होते थे। विश्व युद्धों में भी भारत में बने हथियारों का बोल-बाला था। लेकिन आज़ादी के बाद, हमारा डिफेंस मैन्युफेक्चरिंग इकोसिस्टम तबाह कर दिया गया। गुलामी की मानसिकता ऐसी हावी हुई कि सरकार में बैठे लोग भारत में बने हथियारों को कमजोर आंकने लगे, और इस मानसिकता ने भारत को दुनिया के सबसे बड़े डिफेंस importers के रूप में से एक बना दिया।

साथियों,

गुलामी की मानसिकता ने शिप बिल्डिंग इंडस्ट्री के साथ भी यही किया। भारत सदियों तक शिप बिल्डिंग का एक बड़ा सेंटर था। यहां तक कि 5-6 दशक पहले तक, यानी 50-60 साल पहले, भारत का फोर्टी परसेंट ट्रेड, भारतीय जहाजों पर होता था। लेकिन गुलामी की मानसिकता ने विदेशी जहाज़ों को प्राथमिकता देनी शुरु की। नतीजा सबके सामने है, जो देश कभी समुद्री ताकत था, वो अपने Ninety five परसेंट व्यापार के लिए विदेशी जहाज़ों पर निर्भर हो गया है। और इस वजह से आज भारत हर साल करीब 75 बिलियन डॉलर, यानी लगभग 6 लाख करोड़ रुपए विदेशी शिपिंग कंपनियों को दे रहा है।

साथियों,

शिप बिल्डिंग हो, डिफेंस मैन्यूफैक्चरिंग हो, आज हर सेक्टर में गुलामी की मानसिकता को पीछे छोड़कर नए गौरव को हासिल करने का प्रयास किया जा रहा है।

साथियों,

गुलामी की मानसिकता ने एक बहुत बड़ा नुकसान, भारत में गवर्नेंस की अप्रोच को भी किया है। लंबे समय तक सरकारी सिस्टम का अपने नागरिकों पर अविश्वास रहा। आपको याद होगा, पहले अपने ही डॉक्यूमेंट्स को किसी सरकारी अधिकारी से अटेस्ट कराना पड़ता था। जब तक वो ठप्पा नहीं मारता है, सब झूठ माना जाता था। आपका परिश्रम किया हुआ सर्टिफिकेट। हमने ये अविश्वास का भाव तोड़ा और सेल्फ एटेस्टेशन को ही पर्याप्त माना। मेरे देश का नागरिक कहता है कि भई ये मैं कह रहा हूं, मैं उस पर भरोसा करता हूं।

साथियों,

हमारे देश में ऐसे-ऐसे प्रावधान चल रहे थे, जहां ज़रा-जरा सी गलतियों को भी गंभीर अपराध माना जाता था। हम जन-विश्वास कानून लेकर आए, और ऐसे सैकड़ों प्रावधानों को डी-क्रिमिनलाइज किया है।

साथियों,

पहले बैंक से हजार रुपए का भी लोन लेना होता था, तो बैंक गारंटी मांगता था, क्योंकि अविश्वास बहुत अधिक था। हमने मुद्रा योजना से अविश्वास के इस कुचक्र को तोड़ा। इसके तहत अभी तक 37 lakh crore, 37 लाख करोड़ रुपए की गारंटी फ्री लोन हम दे चुके हैं देशवासियों को। इस पैसे से, उन परिवारों के नौजवानों को भी आंत्रप्रन्योर बनने का विश्वास मिला है। आज रेहड़ी-पटरी वालों को भी, ठेले वाले को भी बिना गारंटी बैंक से पैसा दिया जा रहा है।

साथियों,

हमारे देश में हमेशा से ये माना गया कि सरकार को अगर कुछ दे दिया, तो फिर वहां तो वन वे ट्रैफिक है, एक बार दिया तो दिया, फिर वापस नहीं आता है, गया, गया, यही सबका अनुभव है। लेकिन जब सरकार और जनता के बीच विश्वास मजबूत होता है, तो काम कैसे होता है? अगर कल अच्छी करनी है ना, तो मन आज अच्छा करना पड़ता है। अगर मन अच्छा है तो कल भी अच्छा होता है। और इसलिए हम एक और अभियान लेकर आए, आपको सुनकर के ताज्जुब होगा और अभी अखबारों में उसकी, अखबारों वालों की नजर नहीं गई है उस पर, मुझे पता नहीं जाएगी की नहीं जाएगी, आज के बाद हो सकता है चली जाए।

आपको ये जानकर हैरानी होगी कि आज देश के बैंकों में, हमारे ही देश के नागरिकों का 78 thousand crore रुपया, 78 हजार करोड़ रुपए Unclaimed पड़ा है बैंको में, पता नहीं कौन है, किसका है, कहां है। इस पैसे को कोई पूछने वाला नहीं है। इसी तरह इन्श्योरेंश कंपनियों के पास करीब 14 हजार करोड़ रुपए पड़े हैं। म्यूचुअल फंड कंपनियों के पास करीब 3 हजार करोड़ रुपए पड़े हैं। 9 हजार करोड़ रुपए डिविडेंड का पड़ा है। और ये सब Unclaimed पड़ा हुआ है, कोई मालिक नहीं उसका। ये पैसा, गरीब और मध्यम वर्गीय परिवारों का है, और इसलिए, जिसके हैं वो तो भूल चुका है। हमारी सरकार अब उनको ढूंढ रही है देशभर में, अरे भई बताओ, तुम्हारा तो पैसा नहीं था, तुम्हारे मां बाप का तो नहीं था, कोई छोड़कर तो नहीं चला गया, हम जा रहे हैं। हमारी सरकार उसके हकदार तक पहुंचने में जुटी है। और इसके लिए सरकार ने स्पेशल कैंप लगाना शुरू किया है, लोगों को समझा रहे हैं, कि भई देखिए कोई है तो अता पता। आपके पैसे कहीं हैं क्या, गए हैं क्या? अब तक करीब 500 districts में हम ऐसे कैंप लगाकर हजारों करोड़ रुपए असली हकदारों को दे चुके हैं जी। पैसे पड़े थे, कोई पूछने वाला नहीं था, लेकिन ये मोदी है, ढूंढ रहा है, अरे यार तेरा है ले जा।

साथियों,

ये सिर्फ asset की वापसी का मामला नहीं है, ये विश्वास का मामला है। ये जनता के विश्वास को निरंतर हासिल करने की प्रतिबद्धता है और जनता का विश्वास, यही हमारी सबसे बड़ी पूंजी है। अगर गुलामी की मानसिकता होती तो सरकारी मानसी साहबी होता और ऐसे अभियान कभी नहीं चलते हैं।

साथियों,

हमें अपने देश को पूरी तरह से, हर क्षेत्र में गुलामी की मानसिकता से पूर्ण रूप से मुक्त करना है। अभी कुछ दिन पहले मैंने देश से एक अपील की है। मैं आने वाले 10 साल का एक टाइम-फ्रेम लेकर, देशवासियों को मेरे साथ, मेरी बातों को ये कुछ करने के लिए प्यार से आग्रह कर रहा हूं, हाथ जोड़कर विनती कर रहा हूं। 140 करोड़ देशवसियों की मदद के बिना ये मैं कर नहीं पाऊंगा, और इसलिए मैं देशवासियों से बार-बार हाथ जोड़कर कह रहा हूं, और 10 साल के इस टाइम फ्रैम में मैं क्या मांग रहा हूं? मैकाले की जिस नीति ने भारत में मानसिक गुलामी के बीज बोए थे, उसको 2035 में 200 साल पूरे हो रहे हैं, Two hundred year हो रहे हैं। यानी 10 साल बाकी हैं। और इसलिए, इन्हीं दस वर्षों में हम सभी को मिलकर के, अपने देश को गुलामी की मानसिकता से मुक्त करके रहना चाहिए।

साथियों,

मैं अक्सर कहता हूं, हम लीक पकड़कर चलने वाले लोग नहीं हैं। बेहतर कल के लिए, हमें अपनी लकीर बड़ी करनी ही होगी। हमें देश की भविष्य की आवश्यकताओं को समझते हुए, वर्तमान में उसके हल तलाशने होंगे। आजकल आप देखते हैं कि मैं मेक इन इंडिया और आत्मनिर्भर भारत अभियान पर लगातार चर्चा करता हूं। शोभना जी ने भी अपने भाषण में उसका उल्लेख किया। अगर ऐसे अभियान 4-5 दशक पहले शुरू हो गए होते, तो आज भारत की तस्वीर कुछ और होती। लेकिन तब जो सरकारें थीं उनकी प्राथमिकताएं कुछ और थीं। आपको वो सेमीकंडक्टर वाला किस्सा भी पता ही है, करीब 50-60 साल पहले, 5-6 दशक पहले एक कंपनी, भारत में सेमीकंडक्टर प्लांट लगाने के लिए आई थी, लेकिन यहां उसको तवज्जो नहीं दी गई, और देश सेमीकंडक्टर मैन्युफैक्चरिंग में इतना पिछड़ गया।

साथियों,

यही हाल एनर्जी सेक्टर की भी है। आज भारत हर साल करीब-करीब 125 लाख करोड़ रुपए के पेट्रोल-डीजल-गैस का इंपोर्ट करता है, 125 लाख करोड़ रुपया। हमारे देश में सूर्य भगवान की इतनी बड़ी कृपा है, लेकिन फिर भी 2014 तक भारत में सोलर एनर्जी जनरेशन कपैसिटी सिर्फ 3 गीगावॉट थी, 3 गीगावॉट थी। 2014 तक की मैं बात कर रहा हूं, जब तक की आपने मुझे यहां लाकर के बिठाया नहीं। 3 गीगावॉट, पिछले 10 वर्षों में अब ये बढ़कर 130 गीगावॉट के आसपास पहुंच चुकी है। और इसमें भी भारत ने twenty two गीगावॉट कैपेसिटी, सिर्फ और सिर्फ rooftop solar से ही जोड़ी है। 22 गीगावाट एनर्जी रूफटॉप सोलर से।

साथियों,

पीएम सूर्य घर मुफ्त बिजली योजना ने, एनर्जी सिक्योरिटी के इस अभियान में देश के लोगों को सीधी भागीदारी करने का मौका दे दिया है। मैं काशी का सांसद हूं, प्रधानमंत्री के नाते जो काम है, लेकिन सांसद के नाते भी कुछ काम करने होते हैं। मैं जरा काशी के सांसद के नाते आपको कुछ बताना चाहता हूं। और आपके हिंदी अखबार की तो ताकत है, तो उसको तो जरूर काम आएगा। काशी में 26 हजार से ज्यादा घरों में पीएम सूर्य घर मुफ्त बिजली योजना के सोलर प्लांट लगे हैं। इससे हर रोज, डेली तीन लाख यूनिट से अधिक बिजली पैदा हो रही है, और लोगों के करीब पांच करोड़ रुपए हर महीने बच रहे हैं। यानी साल भर के साठ करोड़ रुपये।

साथियों,

इतनी सोलर पावर बनने से, हर साल करीब नब्बे हज़ार, ninety thousand मीट्रिक टन कार्बन एमिशन कम हो रहा है। इतने कार्बन एमिशन को खपाने के लिए, हमें चालीस लाख से ज्यादा पेड़ लगाने पड़ते। और मैं फिर कहूंगा, ये जो मैंने आंकडे दिए हैं ना, ये सिर्फ काशी के हैं, बनारस के हैं, मैं देश की बात नहीं बता रहा हूं आपको। आप कल्पना कर सकते हैं कि, पीएम सूर्य घर मुफ्त बिजली योजना, ये देश को कितना बड़ा फायदा हो रहा है। आज की एक योजना, भविष्य को Transform करने की कितनी ताकत रखती है, ये उसका Example है।

वैसे साथियों,

अभी आपने मोबाइल मैन्यूफैक्चरिंग के भी आंकड़े देखे होंगे। 2014 से पहले तक हम अपनी ज़रूरत के 75 परसेंट मोबाइल फोन इंपोर्ट करते थे, 75 परसेंट। और अब, भारत का मोबाइल फोन इंपोर्ट लगभग ज़ीरो हो गया है। अब हम बहुत बड़े मोबाइल फोन एक्सपोर्टर बन रहे हैं। 2014 के बाद हमने एक reform किया, देश ने Perform किया और उसके Transformative नतीजे आज दुनिया देख रही है।

साथियों,

Transforming tomorrow की ये यात्रा, ऐसी ही अनेक योजनाओं, अनेक नीतियों, अनेक निर्णयों, जनआकांक्षाओं और जनभागीदारी की यात्रा है। ये निरंतरता की यात्रा है। ये सिर्फ एक समिट की चर्चा तक सीमित नहीं है, भारत के लिए तो ये राष्ट्रीय संकल्प है। इस संकल्प में सबका साथ जरूरी है, सबका प्रयास जरूरी है। सामूहिक प्रयास हमें परिवर्तन की इस ऊंचाई को छूने के लिए अवसर देंगे ही देंगे।

साथियों,

एक बार फिर, मैं शोभना जी का, हिन्दुस्तान टाइम्स का बहुत आभारी हूं, कि आपने मुझे अवसर दिया आपके बीच आने का और जो बातें कभी-कभी बताई उसको आपने किया और मैं तो मानता हूं शायद देश के फोटोग्राफरों के लिए एक नई ताकत बनेगा ये। इसी प्रकार से अनेक नए कार्यक्रम भी आप आगे के लिए सोच सकते हैं। मेरी मदद लगे तो जरूर मुझे बताना, आईडिया देने का मैं कोई रॉयल्टी नहीं लेता हूं। मुफ्त का कारोबार है और मारवाड़ी परिवार है, तो मौका छोड़ेगा ही नहीं। बहुत-बहुत धन्यवाद आप सबका, नमस्कार।