‘বহনক্ষম শক্তি উতসৰ মাধ্যমেৰেহে বহনক্ষম বিকাশ সম্ভৱ’
‘ভাৰতে যিয়েই লক্ষ্য নিৰ্ধাৰণ নকৰক, মই ইয়াক কেতিয়াও প্ৰত্যাহ্বান হিচাপে গ্ৰহণ নকৰো, আমাৰ বাবে এয়া এক সুযোগ’
‘উচ্চ-ক্ষমতাসম্পন্ন সৌৰ মডেল নিৰ্মাণৰ বাবে বাজেটত ১৯.৫ হাজাৰ কোটি টকা ঘোষণা কৰা হৈছে, য়িয়ে ভাৰতক এই ক্ষেত্ৰখনৰ এক গোলকীয় কেন্দ্ৰস্থানত পৰিণত কৰিব’
‘বেটাৰী শ্বেপিং নীতি আৰু আন্তঃপৰিচালন মাপক সন্দৰ্ভতো এইবাৰৰ বাজেটত ব্যৱস্থা ৰখা হৈছে। ই বৈদ্যুতিক বাহনৰ সমস্যা লাঘৱ কৰিব’
‘শক্তি ভাণ্ডাৰৰ প্ৰত্যাহ্বানে বাজেটত উল্লেখনীয় গুৰুত্ব লাভ কৰিছে’
‘বিশ্বই সকলো প্ৰকাৰৰ অবক্ষয় প্ৰত্যক্ষ কৰিছে। এনে এক পৰিস্থিতিত, চক্ৰিয় অৰ্থনীতি সময়ৰ আহ্বান আৰু আমি ইয়াক আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ কৰিব লাগিব’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বহনক্ষম বিকাশৰ বাবে শক্তি’ শীৰ্ষক এক ৱেবিনাৰ সম্বোধন কৰে। এয়া হ’ল বাজেটৰ আলোচনা সন্দৰ্ভত আয়োজিত এলানি ৱেবিনাৰৰ নৱমখন ৱেবিনাৰ। তেওঁ কয় যে বহনক্ষম শক্তি উতসৰ মাধ্যমেৰেহে বহনক্ষম বিকাশ সম্ভৱ হয়। ভাৰতে যিয়েই লক্ষ্য নিৰ্ধাৰণ নকৰক, মই ইয়াক কেতিয়াও প্ৰত্যাহ্বান হিচাপে গ্ৰহণ নকৰো, আমাৰ বাবে এয়া এক সুযোগ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ পুনৰ কয় যে উচ্চ-ক্ষমতাসম্পন্ন সৌৰ মডেল নিৰ্মাণৰ বাবে বাজেটত ১৯.৫ হাজাৰ কোটি টকা ঘোষণা কৰা হৈছে, য়িয়ে ভাৰতক এই ক্ষেত্ৰখনৰ এক গোলকীয় কেন্দ্ৰস্থানত পৰিণত কৰিব। বেটাৰী শ্বেপিং নীতি আৰু আন্তঃপৰিচালন মাপক সন্দৰ্ভতো এইবাৰৰ বাজেটত ব্যৱস্থা ৰখা হৈছে। ই বৈদ্যুতিক বাহনৰ সমস্যা লাঘৱ কৰিব বুলি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰিব।

তেওঁ কয় যে শক্তি ভাণ্ডাৰৰ প্ৰত্যাহ্বানে এইবাৰৰ বাজেটত উল্লেখনীয় গুৰুত্ব লাভ কৰিছে। ‘বিশ্বই সকলো প্ৰকাৰৰ অবক্ষয় প্ৰত্যক্ষ কৰিছে। এনে এক পৰিস্থিতিত, চক্ৰিয় অৰ্থনীতি সময়ৰ আহ্বান আৰু আমি ইয়াক আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ কৰিব লাগিব’।-প্ৰধানমন্ত্ৰীয়ে কয়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi