প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ সীমা বলৰ সৈতে জড়িত সকলো কৰ্মীক বাহিনীটোৰ প্ৰতিষ্ঠা  দিৱস উপলক্ষ্যে  শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এছ এছ বিৰ অটল নিষ্ঠাই সেৱাৰ শীৰ্ষ  পৰম্পৰাক প্ৰতিফলিত কৰে আৰু তেওঁলোকৰ কৰ্তব্যবোধ দেশখনৰ সুৰক্ষাৰ এক শক্তিশালী স্তম্ভ হৈ আছে।

তেওঁ উল্লেখ কৰে যে প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ পৰা আৰম্ভ কৰি সংকটৰ  পৰিস্থিতিলৈকে এছ এছ বি সদায় সজাগ হৈ আহিছে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

 

'সশস্ত্ৰ সীমা বলৰ প্ৰতিষ্ঠা দিৱসত এই বাহিনীৰ সৈতে জড়িত সকলো কৰ্মীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।এছ এছ বিৰ অটল নিষ্ঠাই সেৱাৰ শীৰ্ষ  পৰম্পৰাক প্ৰতিফলিত কৰে।তেওঁলোকৰ কৰ্তব্যবোধ আমাৰ দেশৰ  সুৰক্ষাৰ এক শক্তিশালী স্তম্ভ হৈয়েই আছে। প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ পৰা আৰম্ভ কৰি সংকটৰ  পৰিস্থিতিলৈকে এছ এছ বি সদায় সজাগ হৈ আহিছে। তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে  শুভকামনা জনাইছো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat

Media Coverage

Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মে’ 2026
May 06, 2026

New India, New Pride: When Self-Reliance Meets Results — A Tribute to PM Modi