প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পবিত্ৰ ৰমজান মাহৰ আৰম্ভণিতে ভাৰতবাসী আৰু বিশ্ব সমাজলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-
“ৰমজান মুবাৰক!
এই শুভ মাহটোৱে আমাৰ সমাজক একত্ৰিত কৰাৰ মনোভাৱক আৰু আগুৱাই লৈ যাওক। সকলোতে শান্তি আৰু সমৃদ্ধি বিৰাজ কৰক।”
Ramzan Mubarak!
— Narendra Modi (@narendramodi) February 18, 2026
May this auspicious month further the spirit of togetherness in our society. May there be peace and prosperity everywhere.


