নিৰ্বাচনত বিজয় সাব্যস্ত কৰা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে আপোনাক অভিনন্দন জনাইছো প্ৰধানমন্ত্ৰী @জাষ্টিন ট্ৰুড! ভাৰত-কানাডাৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তোলাৰ লগতে গোলকীয় আৰু অন্য বহুপক্ষীয় প্ৰসংগসমূহত থকা সহযোগিতা বৃদ্ধিৰ বাবে আপোনাৰ সৈতে কাম কৰি যোৱাৰ কামনা কৰিছো”।
Congratulations Prime Minister @JustinTrudeau on your victory in the elections! I look forward to continue working with you to further strengthen India-Canada relations, as well as our cooperation on global and multilateral issues.
— Narendra Modi (@narendramodi) September 22, 2021


