প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ জানুৱাৰীৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ সংসদ ভৱন কমপ্লেক্সৰ সংবিধান সদনৰ চেন্ট্ৰেল হলত ২৮ সংখ্যক কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ সন্মিলন (CSPOC) উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেতসকলক সম্বোধনো কৰিব।

লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিতব্য এই সন্মিলনত বিশ্বৰ ভিন্ন প্ৰান্তৰ ৪২ খন কমনৱেলথ দেশ আৰু ৪ খন অৰ্ধ-স্বায়ত্তশাসিত সংসদৰ ৬১ গৰাকী অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াই অংশগ্ৰহণ কৰিব।

এই সন্মিলনত শক্তিশালী গণতান্ত্ৰিক প্ৰতিষ্ঠান অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ভূমিকা, সংসদীয় কাৰ্য্যকলাপত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, সাংসদসকলৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ, সংসদ সম্পৰ্কে জনসাধাৰণৰ বুজাবুজি বৰ্ধনৰ অৰ্থে উদ্ভাৱনীমূলক কৌশল আৰু ভোটদানৰ বাহিৰেও নাগৰিকসকলৰ অংশগ্ৰহণ আদিকে প্ৰমুখ্য কৰি বিস্তৃত সমসাময়িক সংসদীয় বিষয়ত আলোচনা কৰা হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features

Media Coverage

In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ছেপ্টেম্বৰ 2026
September 03, 2026

A- Rating to Third-Largest Wind Producer: How Modi’s Policies Are Rewriting India’s Global Rank