প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য জে বি কৃপালিনী আৰু মৌলানা আবুল কালাম আজাদৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আচাৰ্য জে বি কৃপালিনী আৰু মৌলানা আবুল কালাম আজাদক তেওঁলোকৰ জন্ম বাৰ্ষিকীত সোঁৱৰণ কৰিছোঁ৷ তেওঁলোকৰ আদৰ্শমূলক ব্যক্তিত্ব, স্বাধীনতাৰ যুঁজত তেওঁলোকৰ অৱদান আৰু জন কল্যাণ, সমতা, শিক্ষা তথা ন্যায় স্থাপনৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা কোনেও পাহৰিব নোৱাৰে৷’’