পিতৃ ছাৰ অনিৰুধ জুগনাউথেৰ বিয়োগত সমবেদনা জ্ঞাপনৰ অৰ্থে মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰবিন্দ কুমাৰ জুগনাউথেৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে মৰিচাছত ছাৰ অনিৰুধৰ দীঘলীয়া ৰাজহুৱা জীৱনৰ কথা স্মৰণ কৰে, য’ত তেওঁ বহু বছৰ ধৰি প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়াইছিল।

ভাৰতত ছাৰ অনিৰুধ জুগনাউথেলৈ সকলো ৰাজনৈতিক দলকে ধৰি প্ৰদৰ্শন কৰা গভীৰ সন্মানৰ প্ৰসংগ উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ সৈতে ভাৰতৰ অতি বিশেষ বন্ধুত্ব গঢ় লৈ উঠাত তেওঁ পালন কৰা প্ৰভাৱশালী ভূমিকাৰ প্ৰশংসা কৰে।

তেওঁক ‘গৰ্বিত প্ৰবাসী ভাৰতীয়’ আখ্যা দি, প্ৰধানমন্ত্ৰীয়ে কয় যে ছাৰ অনিৰুধক প্ৰবাসী ভাৰতীয় সন্মান আৰু পদ্ম বিভূষণ উভয় সন্মান যাঁচি ভাৰত ধন্য হৈছে।

উভয় নেতাই ছাৰ অনিৰুধৰ স্থায়ী উত্তৰাধিকাৰৰ স্মৃতি ৰক্ষাৰ্থে বিশেষ দ্বিপাক্ষিক সম্পৰ্ক গভীৰতৰ আৰু সুদৃঢ়কৰণৰ অংগীকাৰ কৰে।

  • Padmavathi Bai AP State BJP OBC Vice President February 27, 2024

    Jai shree Ram,🙏🙏🙏
  • शिवकुमार गुप्ता January 20, 2022

    नमो नमो🙏🙏
  • Rewaram dehariya January 20, 2022

    जन जन के मोदी-भारत के यशस्वी प्रधानमंत्री-सबका साथ-सबका विकास वंदे मातरम🇮🇳
  • uday bhut January 20, 2022

    bharat mata ki jay
  • PANNA SOLANKI January 20, 2022

    🙏
  • शिवकुमार गुप्ता January 20, 2022

    जय भारत
  • शिवकुमार गुप्ता January 20, 2022

    जय हिंद
  • शिवकुमार गुप्ता January 20, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता January 20, 2022

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s Coffee Exports More Than Double In Last 11 Years

Media Coverage

India’s Coffee Exports More Than Double In Last 11 Years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM pays tributes to Dr. Syama Prasad Mukherjee on his Balidan divas
June 23, 2025

The Prime Minister Shri Narendra Modi today paid tributes to Dr. Syama Prasad Mukherjee on his Balidan Divas.

In a post on X, he wrote:

“डॉ. श्यामा प्रसाद मुखर्जी को उनके बलिदान दिवस पर कोटि-कोटि नमन। उन्होंने देश की अखंडता को अक्षुण्ण रखने के लिए अतुलनीय साहस और पुरुषार्थ का परिचय दिया। राष्ट्र निर्माण में उनका अमूल्य योगदान हमेशा श्रद्धापूर्वक याद किया जाएगा।”