ছৌদি আৰৱৰ ৰিয়াধত আজি ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভ ফ’ৰাম(আফআইই)ৰ সমান্তৰালভাৱে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আৰু জর্ডানৰ হেশেমিটে সাম্ৰাজ্যৰ ৰজা দ্বিতীয় আব্দুল্লা বিন আল- হুছেইনৰ মাজত বৈঠক অনুষ্ঠিত হয়৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্কক আৰু অধিক শক্তিশালী কৰাৰ পদ্ধতিসমূহৰ সন্দৰ্ভত আলোচনা কৰে৷ ২০১৮ৰ ২৭ ফেব্ৰূৱাৰীৰ পৰা ১ মার্চলৈকে জর্ডানৰ ৰজাৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত বুজাবুজি চু্ক্তি তথা চুক্তিসমূহ কাৰ্যকৰী কৰাৰ অগ্ৰগতিক লৈও তেওঁলোকেৰ মাজত আলোচনা হয়। মধ্যপ্রাচ্যত শান্তি প্ৰক্রিয়া আৰু অন্যান্য আঞ্চলিক অগ্ৰগতিৰ বিষয়বোৰৰ সন্দৰ্ভতো দুয়োগৰাকী নেতাই আলোচনা কৰে৷ সন্ত্রাস দমনত সহযোগিতাৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰী আৰু জৰ্ডানৰ ৰজাই আলোচনা কৰে৷

ভাৰত আৰু জর্ডানৰ মাজত অতি প্রাচীন কালৰ পৰাই ঐতিহাসিক যোগসূত্ৰ, সাংস্কৃতিক পৰম্পৰা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ যোগাযোগ অব্যাহত আছে৷ ২০১৮ত প্ৰধানমন্ত্রীৰ জর্ডান ভ্ৰমণ আৰু দেশখনৰ ৰজাৰ ভাৰত ভ্ৰমণে দ্বিপাক্ষিক সম্পর্কক আৰু অধিক শক্তিশালী কৰাত নতুন গতি প্ৰদান কৰিছে৷ দুয়োখন দেশৰ মাজত এই সম্পর্কে পাৰস্পৰিক শ্ৰদ্ধা তথা একাধিক দ্বিপাক্ষিক, আঞ্চলিক আৰু বহুপাক্ষিক বিষয়ক লৈ বুজাপৰা হৈছে৷

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱ সাম্ৰাজ্যৰ পৰিৱেশ, জল আৰু কৃষি মন্ত্ৰী শ্ৰীযুত আব্দুলৰহমান আল-ফাডলিক সাক্ষাৎ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিৱেশ, জল আৰু কৃষি হৈছে এনে খণ্ড, য’ত সহযোগিতাৰ ব্যাপক সম্ভাৱনা আছে৷ তেওঁ লগতে কয় যে আমি আমাৰ পৰিৱেশক উন্নত কৰাৰ লগতে জলসম্পদ আহৰণত একেলগে কাম কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ৷

HE Ahmad Bin Salman Al Rajhi, Minister of Labour and Social Development called on PM Modi:

Prime Minister Narendra Modi interacted with His Excellency Ahmad Bin Salman Al Rajhi, Saudi Arabia’s Minister of Labour and Social Development. A wide range of issues were discussed during the meeting.

 

HRH Prince Abdulaziz bin Salman, Saudi Arabia’s Minister of Energy had a productive meeting with the PM

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees

Media Coverage

Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles passing of Smt. Chennamma Ji
July 18, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep sorrow over the passing of Smt. Chennamma Ji, wife of former Prime Minister, Shri Deve Gowda Ji. Shri Modi noted that Smt. Chennamma Ji was admired for her humility and passion towards serving society.

The Prime Minister posted on X;

“Deeply pained by the passing of Smt. Chennamma Ji, wife of former Prime Minister Shri Deve Gowda Ji. She was admired for her humility and passion towards serving society. In this hour of grief, my thoughts are with Shri Deve Gowda Ji and his entire family. Om Shanti.”

ಮಾಜಿ ಪ್ರಧಾನಮಂತ್ರಿ ಶ್ರೀ ದೇವೇಗೌಡ ಅವರ ಪತ್ನಿ ಶ್ರೀಮತಿ ಚೆನ್ನಮ್ಮನವರ ನಿಧನದಿಂದ ತೀವ್ರ ದುಃಖವಾಗಿದೆ. ಅವರು ತಮ್ಮ ವಿನಯ ಮತ್ತು ಸಮಾಜ ಸೇವೆಯ ಮೇಲಿನ ಬದ್ಧತೆಗಾಗಿ ಎಲ್ಲರ ಗೌರವಕ್ಕೆ ಪಾತ್ರರಾಗಿದ್ದರು. ಈ ದುಃಖದ ಸಮಯದಲ್ಲಿ, ಶ್ರೀ ದೇವೇಗೌಡರು ಮತ್ತು ಅವರ ಇಡೀ ಕುಟುಂಬಕ್ಕೆ ನನ್ನ ಹೃದಯಪೂರ್ವಕ ಸಂತಾಪಗಳು. ಓಂ ಶಾಂತಿ.