Our Saints and Seers have given us valuable teachings. They even gave us the strength to fight evil and oppression: PM
Our Saints and Seers taught us to absorb the best of our past and, at the same time look ahead and keep changing with the times: PM
Let us create a society where there is no discrimination based on gender: PM

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজক শক্তিশালী কৰাৰ বাবে আমাৰ দেশৰ সাধু-সন্ন্যাসীসকলে আমাক মূল্যবান উপদেশ দি গৈছে। তেওঁলোকে অন্যায় আৰু উৎপীড়ণৰ বিৰুদ্ধে মোকাবিলা কৰাৰ শক্তিও যোগাই আহিছে বুলি সদৰি কৰে প্ৰধানমন্ত্রীয়ে।

প্ৰধানমন্ত্রীয়ে কয় যে আমাৰ সাধু-সন্ন্যাসীসকলে অতীতৰ সেই ভাল দিশসমূহ যাতে আমি গ্ৰহণ কৰিব পাৰো, তাৰ শিক্ষা দিয়াৰ লগতে সময়ৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই চলাৰ শিক্ষাও প্ৰদান কৰি গৈছে৷

জনসাধাৰণক উপকৃত কৰা প্ৰচেষ্টাসমূহ সন্দৰ্ভত ক’বলৈ গৈ প্ৰধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে সৰু পৰিসৰত কাম কৰিব নিবিচাৰে, বিশাল পৰিসৰত সমাজৰ সকলো শ্রেণীৰ লোকক উপকৃত কৰিব পৰাধৰণৰ কাম কৰিব বিচাৰে৷

সামাজিক পৰ্যায়ত দেশৰ তৰুণ প্ৰজন্মক ভাল শিক্ষা প্ৰদানৰ গুৰুত্ব সম্পৰ্কেও কয় প্ৰধানমন্ত্রীয়ে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যিসকলে মা ঊমিয়াক বিশ্বাস কৰে, তেওঁলোকে কেতিয়াও কন্যাভ্রূণ হত্যা কৰাটোক সমর্থন কৰিব নোৱাৰে।

প্ৰধানমন্ত্রীয়ে প্ৰসংগক্ৰমে লিংগ বৈষম্যহীন সমাজ গঢ় দিবলৈ উপস্থিত ৰাইজৰ প্ৰতি আহ্বান জনায়৷



Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt disburses Rs 28,748 crore under 14 PLI schemes till December 2025

Media Coverage

Govt disburses Rs 28,748 crore under 14 PLI schemes till December 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 ফেব্ৰুৱাৰী 2026
February 21, 2026

Citizens Agrees Modi Hai To Mumkin Hai: Human-Centric AI, Solar Surge & Manufacturing Boom – India’s Golden Rise